বাৰ্তা:ফুল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰিভাষা[সম্পাদনা কৰক]

  • torus,receptacle = পুষ্পাক্ষ
  • flowering stem = পুষ্পকাণ্ড
  • pedicel=পেডিক'ল
  • vector=বাহক
  • peduncle = ঠাৰি বা বৃন্ত
  • bilateral symmetry=দ্বিপাৰ্শীক সমমিতি
  • radial symmetry=তীৰ্যক সমমিতি
  • angiosperms, flowering plant = এনজিঅ'স্পাৰ্ম, সপুষ্পক উদ্ভিদ
  • megaspores,egg=স্ত্ৰীজননকোষ, ডিম্ব, স্ত্ৰীৰেণু
  • microspores,sperm=পুংজননকোষ, পুংৰেণু
  • outcross=ইতৰ পৰাগন
  • selfing=স্ব পৰাগন
  • sporangia=ৰেণুধানী
  • diaspores=ডাইস্প'ৰ
  • gametophyte=জননকোষ
  • Vegetative part=ভেজেটেটিভ অংশ
  • Reproductive part=প্ৰজনন অংশ
  • Calyx=বৃতি মণ্ডল
  • Corolla=দল মণ্ডল
  • Androecium=পুং স্তৱক
  • Gynoecium=স্ত্ৰী স্তৱক
  • Perianth=পেৰিন্থ
  • sepal=বেটুপাত, বৃতি
  • bud=মুকুল
  • petal=পাহী, দল
  • pollination=পৰাগ সংযোগ
  • stamen=পুংকেশৰ
  • filament=পুংদণ্ড
  • anther=পৰাগ ধানী
  • pollen grain,pollen=পৰাগ ৰেণু, পৰাগ, পৰাগ কোষ
  • meiosis=মিঅ'চিছ
  • disperse=সঞ্চাৰণ, বিস্তাৰণ
  • carpel,pistil=গৰ্ভ কেশৰ
  • ovary=গৰ্ভাশয় বা ডিম্বাশয়
  • ovule=ডিম্বক
  • style=গৰ্ভমূণ্ড
  • stigma=গৰ্ভ দণ্ড
  • pollen tube=পৰাগ নলী
  • hypogynous=হাইপ'গাইনাছ
  • perigynous=পেৰিগাইনাছ
  • epigynous=এপিগাইনাছ
  • connate=কন্নেট
  • adnate=এডনেট
  • actinomorphic=একটিনমৰফিক
  • zygomorphic=জাইগমৰফিক
  • inflorescence=পুষ্পবিন্যাস
  • stem=কাণ্ড
  • modification=উপান্তৰণ
  • bract=সহপত্ৰ
  • floral formula=পুষ্প সংকেট
  • floral diagrams=পুষ্প চিত্ৰ
  • meristem=ভাজক কলা
  • continuum=ধাৰাবাহিক অনুক্ৰম
  • Perennial=বাৰমহীয়া
  • biennial=দ্বৈবাৰ্ষিক
  • vernalization=শীত নিদ্ৰা
  • florigen=ফ্লৰিজেন
  • heterosporous=বিষম ৰেণুপ্ৰসূ
  • microsporangia=পুং ধানী
  • megasporangia=স্ত্ৰী ধানী
  • hermaphroditic=হাৰ্মাফ্ৰ'ডিটিক
  • monoecious=মন'এচিয়াছ
  • dioecious=ডায়েচিয়াছ
  • nectar=মধু গ্ৰন্থি