বাৰ্তা:বিনোৱা ভাৱে

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাম বিভ্ৰান্তি[সম্পাদনা কৰক]

অসমীয়াত লিখোতে "বিনোদ ভাৱে" হ’ব জানো? উচ্ছাৰণৰ ফালৰ পৰা Vinoba Bhave = "বিনৱা ভাৱে" হ’বযেন পাইছো| হিন্দীত নামটো নামটো "विनोबा भावे" আছে| আলোচনা বাঞ্চনীয়| বিষ্ণু শইকীয়া 22:16, 2 জানুৱাৰী 2013 (UTC)

আগতে কিতাপত "বিনোৱা ভাৱে" বুলি পোৱা মনত আছে। — গীতাৰ্থ বৰদলৈ (talk) 07:14, 3 জানুৱাৰী 2013 (UTC)
হয় মোৰ হাতত থকা কিতাপ খনত বিনোৱা ভাবে বুলিয়েই আছে, কিন্তু ইংৰাজী ৱিকিৰ পৰা কপি কৰি আনাৰ পাছতহে গন্ধগোলটো হল। সেয়ে বাৰ্তা দি থৈছিলো, পৃষ্ঠাটো সিমানতে এৰি আন এটাত ধৰিলো। নিতুল বৰা (আলোচনা) 03:56, 3 জানুৱাৰী 2013 (UTC)
ওপৰোক্ত আলোচনামৰ্মে বিনোৱা ভাৱে’লৈ স্থানান্তৰিত কৰি দিলো| এতিয়া বাদবাকী কাম দাইটিলৈকে এৰিলো| বিষ্ণু শইকীয়া 14:35, 3 জানুৱাৰী 2013 (UTC)
মোৰ মতে নামটো মূল গুজৰাটী নামৰ মতে 'ৱিনোবা ভাৱে' হ'ব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 13:38, 11 ছেপ্টেম্বৰ 2014 (UTC)