বাৰ্তা:বিহু নৃত্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইয়াত এখন ফটো চিত্ৰ:Http://upload.wikimedia.org/wikipedia/commons/a/af/বিহু নাচনীৰ চিত্ৰ.jpg

আপল'ড কৰিছিলো। কিন্তু ফটোখন নাই বুলি দেখুৱাই দেখোন।আৰু এটা কথা, মই http:// লিখোলেও সেহত গৈ Http:// অৰ্থাৎ h টো H হৈ যায়।কাৰণট কি বাৰু ?

সমস্যাটোৰ সমাধান কৰিব পাৰিলো।দ্বিজেন মহন্ত (talk) 05:50, 25 মাৰ্চ 2012 (UTC)

ইতিহাস অনুচ্ছেদত থকা তথ্য[সম্পাদনা কৰক]

এই প্ৰৱন্ধৰ ইতিহাস অনুচ্ছেদত এনেদৰে লিখা হৈছে, "... খ্ৰীষ্ঠপূৰ্ব প্ৰায় ১৬ শ শতিকাত আহোম স্বৰ্গদেউ ৰূদ্ৰসিংহ ..."। কিন্তু খ্ৰীষ্ঠপূৰ্ব ১৬ শতিকা ৰুদ্ৰ সিংহৰ ক্ষেত্ৰত সম্ভৱ নে? এইটো খ্ৰীষ্ঠাব্দ হ'ব নালাগেনে? প্ৰণৱ জ্যোতি ভূঞা (talk) 17:36, 20 এপ্ৰিল 2013 (UTC)