বাৰ্তা:বৰ্মণ ৰাজবংশ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"বৰ্মণ" নে "বৰ্মন"? কুমাৰ ভাস্কৰ বৰ্মা নে কুমাৰ ভাস্কৰ বৰ্মন/বৰ্মণ? — গীতাৰ্থ বৰদলৈ (talk) 09:31, 29 মাৰ্চ 2013 (UTC)

মই যিখন কিতাপৰ পৰা লিখিছিলোঁ তাত কুমাৰ ভাস্কৰ বৰ্মা, পুষ্য বৰ্মা বুলিহে আছিল। কিন্তু, শান্তনু কৌশিক বৰুৱাৰ "নতুন জানানে"ত বৰ্মন বংশ বুলি উল্লেখ আছে। ৰজাসকলৰ নাম পুষ্য বৰ্মন, কল্যাণ বৰ্মন বুলি লিখা আছে। Ani ttbr (talk) 16:38, 29 মাৰ্চ 2013 (UTC)

অসমীয়াত আৰু হিন্দীত বৰ্মন লিখা দেখা পাওঁ । আনহাতে বাংলাত বর্মণ । কন্দৰ্পজিৎ কল্লোল (talk)