বাৰ্তা:মাণিকপুৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাণিকপুৰ এখন চহৰনে? চহৰত পঞ্চায়ত নাথাকে। এই পৃষ্ঠাখন সৃষ্টি কৰা সম্পাদকজনে মাণিকপুৰ এখন উন্নত ঠাই বুলি লিখিছিল। পৰৱৰ্তী সম্পাদকে মাণিকপুৰক চহৰ কৰি পেলালে। অসমীয়া ৱিকিত নগৰ, পিয়ল নগৰ, গাঁও, মেট্ৰ' সকলোকে একাকাৰ কৰি পেলোৱা হৈছে।

বাবুল বৈশ্য 12:50, 26 জানুৱাৰী 2013 (UTC)