বাৰ্তা:মানস ৰাষ্ট্ৰীয় উদ্যান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মানস অভয়াৰণ্য নামটো মানস নে মানাহ বাৰু, মই কিন্তু কিতাপত মানাহ বুলিহে পাইছো দেই। আলোচনা কৰি চাবচোন এপাক। সদস্য বাৰ্তাঃনিতুল বৰা

ময়ো কিন্তু "মানাহ" বুলিহে জানো প্রভাকৰ শৰ্মা নেওগ (talk) 00:14, 24 জুলাই 2012 (UTC)
উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা-প্ৰথম খণ্ড(কৰুণাকান্ত দাস আৰু অনুপ কুমাৰ চক্ৰৱৰ্তী)ত 'মানস ৰাষ্ট্ৰীয় উদ্যান' বুলি উল্লেখ কৰা হৈছে৷ সেয়ে ইয়াতো তেনেদৰেই লিখিলো৷ অৱশ্যে ময়ো মানুহে দুয়োটা নামেই ব্যৱহাৰ কৰা লক্ষ্য কৰিছোঁ৷জলি বৰা (talk) 10:55, 24 জুলাই 2012 (UTC)

কি কৰিলে ভাল হ’ব বাৰু, দুয়োটা নাম ৰাখিলে কোনটোত মূল প্ৰৱন্ধটো ৰাখি কোনটোক ৰিডাইৰেক্ট কৰিলে থিক হ’ব? দীপাংকৰ চেতিয়া বাৰ্তা 14:32, 24 জুলাই 2012 (UTC)

এই নামটোৰ বিষয়ে অ.ক.বত আলোচনা কৰিলো, সকলোৱে মানস নামটোকেই গৃহিত কৰিছে যদিও আলোচনা অব্যহত আছে..........সৰ্ম্পূন সিদ্ধান্ত উপনীত হৈ ৰাইজে ফলাফল ঘোষনা কৰিলেই ফাইনেল কৰিব পৰা যাৱ। সদ্যহতে মানস থকাই ভাল বুলি ভাবো। নিতুল বৰা (talk) 21:22, 24 জুলাই 2012 (UTC)
"মানাহ ৰাষ্ট্ৰীয় উদ্যান" মানসলৈ পুনৰ্নিৰ্দেশ কৰি দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 15:49, 24 জুলাই 2012 (UTC)