বাৰ্তা:য়ুৰি গেগেৰিন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইয়াত {{অনুবাদ}} tag টো লগাব পাৰিনেকি? ৰাইজৰ চ'ৰাত অনুবাদ সম্পৰ্কে এটা আলোচনাও আছে - এই লিংকত - ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)#অনুবাদ প্ৰবন্ধ; এবাৰ চকু ফুৰাই মতামত দিয়কচোন।

আচলতে এই প্ৰবন্ধটো প্ৰায় সম্পূৰ্ণই যদিও মই এই সুযোগটো অনুবাদ টেগটোৰ সম্পৰ্কীয় আলোচনাখিনিলৈও আপোনাৰ/আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ বুলিবও পাৰে। প্রভাকৰ শৰ্মা নেওগ (talk) 10:33, 26 ডিচেম্বৰ 2013 (UTC)

নিশ্চয়, আচলতে এই কামটো ময়েই কৰা উচিত আছিল। বহুদিনৰ মূৰত অহা বাবে পাহৰি গৈছিলো। মই লগাই দিছোঁ।উদ্দীপতালুকদাৰ (talk) 14:37, 26 ডিচেম্বৰ 2013 (UTC)