বাৰ্তা:সলিল চৌধুৰী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

http://www.himjyoti.com/2011/10/blog-post.html এই ব্লগৰপৰা সম্পূৰ্ণ ৰূপে আহৰিত। উদ্দীপতালুকদাৰ 08:25, 19 জানুৱাৰী 2012 (UTC)

আই.পি ঠিকনাৰে লিখা কোনো লেখাকে গ্ৰহণযোগ্য নহয় বুলি অস্থয়ীভাৱে এটা নিয়ম কৰা উচিত৷ কাৰণ এনে লেখাবোৰ প্ৰায়েই দেখা গৈছে আন লেখাৰ পৰা কপি-পেষ্ট কৰি দিছে৷ কিন্তু এনেদৰে সকলো লেখাকে পৰীক্ষা কৰাও সম্ভৱ নহয়৷ লগতে আন এটা কথা ক'ব বিচাৰোঁ যে, কেৱল এটা-দুটা শাৰীৰেই কোনেও এটা নতুন পৃষ্ঠা সৃষ্টি কৰা উচিত নহয়৷ কাৰণ পৃষ্ঠা এটা সৃষ্টি কৰাই আমাৰ উদ্দেশ্য নহয়৷ নুন্যতম ডাটা হাতত মজুত থাকিলেহে এটা নতুন পৃষ্ঠা সৃষ্টি কৰা উচিত৷ কাৰণ এনে দুটা-তিনিটা শাৰীৰেই অনেক পৃষ্ঠা (http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:ShortPages) ইতিমধ্যে পৰি আছে৷

Anjal Borah 08:49, 19 জানুৱাৰী 2012 (UTC)

ডিলিট কৰিব নালাগে। কাৰণ পিছলৈ পৃষ্ঠাখনৰ পুনৰ্নিমাণ হ'ব পাৰে। এতিয়া কথাখিনি মচি ৰাখিলেই হ'ল। Gitartha.bordoloi 08:57, 19 জানুৱাৰী 2012 (UTC)