বাৰ্তা:হীৰেন গোহাঁই

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উদ্ধৄতি[সম্পাদনা কৰক]

সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক :- সমীন কলিতা, এই কিতাপখনৰ আধাৰতেই তথ্যবোৰ তুলি ধৰা হৈছে| Citation needed কেইটা য’ত য’ত আছে তাত এই গ্ৰন্থৰ উদ্ধৄতি দিব নোৱাৰি জানো প্ৰভাকৰ দা? (Bishnu Saikia)বিষ্ণু শইকীয়া 19:53, 5 ডিচেম্বৰ 2011 (UTC)

পাৰি। আচলতে ৰেফাৰেঞ্চ দিওঁতে কিতাপৰ নাম, লেখক, প্ৰকাশক, প্ৰকাশৰ তাৰিখ, পৃষ্ঠা সংখ্যা- এই আটাইকেইটা লিখিব লাগে।
ধন্যবাদ গীতাৰ্থ, ম‍ই সোনকালেই এই কাম সমাধা কৰিম| (Bishnu Saikia) বিষ্ণু শইকীয়া 20:10, 5 ডিচেম্বৰ 2011 (UTC)



শিক্ষাবৰ্ষ[সম্পাদনা কৰক]

হীৰেন গোঁহাই মহাশয়ে 1962 চনত লণ্ডনত ডক্তৰেত কৰি 1961 চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পাচ কিদৰে কৰিব পাৰে৷ সম্ভৱত এই তথ্যটো ভুল৷

কথাটো উনুকিয়াই দিয়া বাবে ধন্যবাদ| প্ৰবন্ধটোৰ উত্‍স গ্ৰন্থখন এবাৰ খুচৰি চাম ৰ’ব| বিষ্ণু শইকীয়া 19:31, 6 নৱেম্বৰ 2012 (UTC)