বাৰ্তা:হীৰেন ভট্টাচাৰ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


হীৰেন ভট্টাচার্যৰ পৰা তুলি অনা হ’ল| তথ্যবোৰ একত্ৰীকৰণ কৰাৰ পাছত অনুগ্ৰহ কৰি নিমোক্ত তথ্য বিলোপ কৰি দিব| বাংলা ’ৰ’ এই সোমাই আছে| মন কৰিব|


চমু পৰিচয় : হীৰেন ভট্টাচর্য অসমৰ আগশাৰিৰ কবিসকলৰ ভিতৰত অন্যতম । তেখেতে অসমীয়া ভাষাত ১৩ খন আৰু বাংলা ভাষাত ২ খনকৈ কবিতা সংকলন প্ৰকাশ পাইছে । তাৰোপৰি অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা সিঁচৰিত হৈ আছে ।

চমু জীৱনি :
জন্ম : ২৮ জুলাই, ১৯৩২ ইং চন ।
জন্মস্হান : যোৰহাট, অসম প্ৰদেশ, ভাৰত ।
পিতৃৰ নাম : স্বর্গীয় তীর্থনাথ ভট্টাচাৰ্য ।
মাতৃৰ নাম : স্বর্গীয় স্নেহলতা ভট্টাচাৰ্য ।

হীৰেন ভট্টাচৰ্যৰ কবিতাবোৰত আটাইকেইবিধ সাহিত্যৰস বিদ্যমান । তেখেতৰ দেশপ্ৰেমমূলক কবিতাবোৰ ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ত প্ৰতিজন আন্দোলনকাৰী অসমীয়াৰ মুখে মুখে উচ্চাৰিত হৈছিল ।
তেখেতৰ কবিতাবোৰৰ সুন্দৰ প্ৰকাশভঙ্গী, প্ৰাঞ্জল ভাষা আৰু অপূৰ্ব শব্দচয়নে অসমৰ প্ৰকৃত ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে । ১৯৫৭ চনত কবিতাৰ পৃথিৱীলৈ তেখেতৰ আগমন ঘটে ।
প্ৰকাশিত কবিতা সংকলন :
১। মোৰ দেশ মোৰ প্ৰমৰ কবিতা
২। বিভিন্ন দিনৰ কবিতা
৩। কবিতাৰ ৰ'দ
৪। সুগন্ধি পখিলা
৫। শইচৰ পথাৰ মানুহ
৬। মোৰ প্ৰিয় বৰ্ণমালা
৭। ভালপোৱাৰ বোকা-মাটি
৮। ভালপোৱাৰ দিকচৌ বাটেৰে
৯। বাচকবনিয়া কবিতা