বাৰ্তা:হেৰী পটাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

This page is about the Harry Potter Book Series and not the movies. I'm getting difficulty in putting the references. There's need for a retouch from expert hand, I believe. Niyorporosh (talk) 08:10, 9 জুলাই 2012 (UTC)

You just forget to give {{reflist}} tag below তথ্যসংগ্ৰহ, Now it's ok. And don't forget to give http:/ before the web site links. বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:33, 9 জুলাই 2012 (UTC)


একত্ৰীকৰণ[সম্পাদনা কৰক]

প্ৰায় একেখিনি বিষয়বস্তুৰেই হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা) নামৰ পৃষ্ঠা এটা আছিলেই, এতিয়াহে চকুত পৰিল| সেয়ে একত্ৰীকৰণৰ প্ৰস্তাৱটো দিলো| নতুন পৃষ্ঠা লিখাৰ আগতে সেই পৃষ্ঠাটো আছেনে নাই বিচাৰ খোচাৰ কৰি লব লাগে| নাইবা এনে খেলিমেলি বৰ হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:09, 9 জুলাই 2012 (UTC)

ভুল কৰি শিকিলোঁ। পুনৰাই নহয় এনে। একত্রিত কৰাটোত সমর্থন জনাইছোঁ। Niyorporosh (talk) 03:19, 16 জুলাই 2012 (UTC)