বাৰ্তা:হোমি জাহাঙ্গীৰ ভাবা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:হোমি জেহাঙ্গীৰ ভাভাৰ পৰা পুনঃনিৰ্দেশিত)

উচ্ছাৰণ[সম্পাদনা কৰক]

"হোমি জেহাঙ্গীৰ ভাভা" নে "হোমি জাহাঙ্গীৰ ভাবা"? ইংৰাজী বানানমতে "হোমি জেহাঙ্গীৰ ভাভা" হয়, কিন্তু মই সকলোতে "হোমি জাহাঙ্গীৰ ভাবা" বুলিহে পাইছোঁ। হিন্দীখনত "होमी जहांगीर भाभा" বুলি আছে, সেই হিচাবত जहांगीर = জাহাংগীৰ বা জাহাঙ্গীৰ হে হয় (হিন্দীমতে "ভাভা"ই লিখিছে বাৰু)। প্রভাকৰ শৰ্মা নেওগ (talk) 09:48, 22 জানুৱাৰী 2014 (UTC)

মই লিখা তথ্যসূত্ৰ মতে "হোমি জেহাঙ্গীৰ ভাভা"৷ Rumi Borah (talk) 11:04, 22 জানুৱাৰী 2014 (UTC)