বাৰ্তা:হোলোঙাপাৰ গিবন অভয়াৰণ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

গছৰ নামবিলাকত খেলিমেলি আছে। বিশেষকৈ বৈজ্ঞানিক নামবোৰ ইয়াত যেনেকৈ লিখা আছে, তেনেকৈ বিচাৰিলে পোৱা নাযায় দেখোন। আগতেও এই অসুবিধাটো মই লক্ষ্য কৰিছোঁ। কেতিয়াবা ৱিকিপিডিয়াত থকা বৈজ্ঞানিক নামবোৰ আন ঠাইত বেলেগ নামত দেখা যায়। সেয়া নামটো দিওঁতেই হোৱা ভুল নে একেবিধ উদ্ভিদৰে বেলেগ বেলেগ নাম আছে, সেইটো বুজিব পৰা নাই। প্ৰৱন্ধটোত মই কেইটামান নাম সম্বন্ধে খাটাং নহয়, তেনেকুৱা নামবোৰৰ কাষ প্ৰশ্নবোধক চিন দি ৰাখিছোঁ।উদ্দীপতালুকদাৰ (talk) 17:04, 2 ডিচেম্বৰ 2012 (UTC)