বাৰ্তা:ৰাহুল সাংকৃত্যায়ন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

পোনপটীয়াকৈ উঠাই দিছে নেকি?[সম্পাদনা কৰক]

ডাঙৰীয়া,

আপোনাৰ দ্বাৰা সৃষ্ট ৰাহুল সাংকৃতায়ন প্ৰৱন্ধটোত আপুনি উল্লেখ কৰিছে: "আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা-কনকসেন ডেকা"। মানে আপুনি উল্লেখিত গ্ৰন্থখনৰ আলমত লিখিছে নে পোনপটীয়াকৈ উঠাই ইয়াত দিছে? যদি পোনপটীয়াকৈ উঠাই দিছে তেনে সি ৱিকিপিডিয়াৰ নীতিৰ পৰিপন্থী। আপুনি অৱশ্যে ইংৰাজী http://en.wikipedia.org/wiki/Rahul_Sankrityayan এই প্ৰৱন্ধটোক অসমীয়ালৈ তৰ্জমা কৰিব পাৰে।

Debanjan ray (talk) 08:51, 16 মাৰ্চ 2012 (UTC)