বিজয় চন্দ্ৰ ভাগৱতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিজয় চন্দ্ৰ ভাগৱতী (জানুৱাৰী ২০, ১৯০৫ – মে' ৮, ১৯৯৭) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। ভাগৱতী ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমতেজপুৰ লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।[1][2][3] ১৯৯২ চনত তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল।[4]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]