বিনয় মজুমদাৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

বিনয় মজুমদাৰ বাংলা ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। তেওঁৰ জন্ম ১৯৩৪ চনৰ ১৭ ছেপ্তেম্বৰৰ। মৃত্যু ২০০৬ চনৰ ১১ ডিচেম্বৰত। ২০০৫ চনৰ সাহিত্য অকাডেমি পু্ৰস্কাৰ লাভ কৰিছিল।[1]

সূচী

[সম্পাদনা কৰক] সাহিত্যকৃতি

[সম্পাদনা কৰক] কাব্যগ্ৰন্থ

  • ফিৰে এসো চাকা
  • নক্ষত্ৰেৰ আলোয়
  • অধিকন্তু
  • অঘ্ৰাণেৰ অনুভূতিমালা
  • বাল্মিকীৰ কবিতা
  • বিনয় মজুমদাৰেৰ শ্ৰেষ্ঠ কবিতা
  • কবিতা বুঝিনি আমি
  • হাসপাতালে লেখা কবিতাগুচ্ছ (অকাদেমি পুৰস্কাৰ )
  • শিমুলপুৰে লেখা কবিতা
  • পৃথিবীৰ মানচিত্ৰ

[সম্পাদনা কৰক] ছুটিগল্প

  • বিনয় মজুমদাৰেৰ ছোটগল্প

[সম্পাদনা কৰক] প্ৰবন্ধগ্ৰন্থ

  • ধূসৰ জীবনানন্দ
  • ছোটোছোটো গদ্য ও পদ্য





[সম্পাদনা কৰক] তথ্য সংগ্ৰহ

  1. বিনয় মজুমদাৰ: অনুধ্যানে অনুভবে। সম্পাদক: অমলকুমাৰ মণ্ডল। কবিতীৰ্থ প্ৰকাশনী, কলিকতা।
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত