বৃন্দাবন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৃন্দাবন
वृंदावन
বৃন্দাৱন, ব্ৰজ
—  নগৰ  —
Prem mandir Vrindavan.JPGবৃন্দাবনৰ প্ৰেম মন্দিৰ
অন্য নাম: ব্ৰজ-ভূমি
বৃন্দাবন is located in Uttar Pradesh
বৃন্দাবন
উত্তৰ প্ৰদেশ, ভাৰতত অৱস্থান
ভৌগোলিক স্থানাংক: 27°35′N 77°42′E / 27.58°N 77.7°E / 27.58; 77.7স্থানাংক: 27°35′N 77°42′E / 27.58°N 77.7°E / 27.58; 77.7
দেশ  ভাৰত
ৰাজ্য উত্তৰ প্ৰদেশ
জিলা মথুৰা
উচ্চতা ১৭০ মিটাৰ (৫৫৭.৭৪ ফুট)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৬৩,০০৫ জন
Languages
 - Official হিন্দী
সময় অঞ্চল ভা:মা:স: (গ্ৰী.মা.স.+5:30)
পিন 281121

বৃন্দাবন (হিন্দী: वृन्दावन) হৈছে উত্তৰ প্ৰদেশ, ভাৰতৰ মথুৰা জিলাৰ এখন নগৰ। মহাভাৰতৰ মতে, এই অঞ্চলতে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকাল অতিবাহিত কৰিছিল।

এই নগৰখন শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা প্ৰায় ১০ কিমি আঁতৰত অৱস্থিত। নগৰখনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতাধিক মন্দিৰ আছে। নগৰখনৰ সৰ্বাধিক জনপ্ৰিয় স্থান হৈছে গোৱিন্দদেৱ মন্দিৰ, গোপীনাথ মন্দিৰ আৰু ৰংগনাথ মন্দিৰ।[2]

ইতিহাস[সম্পাদনা কৰক]

বৃন্দাবনৰ হিন্দু ইতিহাসৰ সৈতে জড়িত এটা পুৰণি অতীত আছে। ই হিন্দু ধৰ্মৰ এখন অতি পবিত্ৰ স্থান।

ভৌগোলিক[সম্পাদনা কৰক]

বৃন্দাবনৰ ভৌগোলিক স্থানাংক হৈছে 27°35′N 77°42′E / 27.58°N 77.7°E / 27.58; 77.7[3] সমুদ্ৰপৃস্থৰ পৰা উচ্চতা প্ৰায় ১৭০ মিটাৰ (৫৫৭ ফুট)।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Census of India
  2. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 176. 
  3. Falling Rain Genomics, Inc - Vrindavan