সদস্য:Madhabsaikia/বেছেলৰ অফ কম্পিউটাৰ এপ্লিকেচনচ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
< সদস্য:Madhabsaikia(বেছেলৰ অফ কম্পিউটাৰ এপ্লিকেচনচৰ পৰা পুনঃনিৰ্দেশিত)
| এই পৃষ্ঠাখন শেহতীয়াভাৱে সৃষ্টি কৰা হৈছে। ইয়াৰ লিখকজন ৱিকিপিডিয়াত সন্নিবিষ্ট নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ ভাল ভাৱ ৰাখিয়েই কৰিছে যদিওবা এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিবলৈ অধিক থল আছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধক খৰখেদাকৈ বিলোপনৰ বাবে প্ৰস্তাৱ নিদিব, প্ৰথমে প্ৰবন্ধৰ ইতিহাস পৰীক্ষা কৰক আৰু প্ৰবন্ধৰ সৃষ্টিকৰ্তাৰ সৈতে তেওঁৰ পৰৱৰ্তী পৰিকল্পনা সমূহৰ আভাষ লওক। যদিহে সৃষ্টিকৰ্তাজনে প্ৰবন্ধটো এলাগী কৰি ৰাখে আৰু যোগাযোগৰ কৰিলেও আওকান কৰে, তেন্তে আপুনি প্ৰবন্ধটো বিলোপ কৰাৰ সাঁচ বাৰ্তা নাইবা সদস্যকৃত হিচাপে সৃষ্টিকৰ্তাৰ সদস্য পৃষ্ঠাত (যেনে সদস্য:সৃষ্টিকৰ্তাৰ নাম/এই প্ৰবন্ধৰ শিৰোনাম) লৈ স্থানান্তৰ কৰিবৰ বাবে সাঁচ বাৰ্তা সংযোগ কৰিব পাৰে। এই পৃষ্ঠাটো শেহতীয়াকৈ সম্পাদনা কৰিছিল SlowPhoton (আলোচনা| বৰঙনি) 10 months ago. (শেহতীয়া ভাষ্য) |
বি.চি.এ. অৰ্থাৎ বেছেলৰ অফ কম্পিউটাৰ এপ্লিকেচনচ হৈছে ভাৰতীয় স্নাতক বৰ্ষৰ এক তিনি বছৰীয়া পাঠ্যক্ৰম । বি.চি.এ. হৈছে বি.টেক. অথবা বি.ই. সমপ্ৰ্যায়ৰ এক পাঠ্যক্ৰম । বি.চি.এ. ত নামভৰ্তীৰ বাবে নুন্যমত অহৰ্তা উচ্চতম মাধ্যমিকত ৫০ শতাংশ সহ সফলতাৰে উৰ্ত্তিণ হব লাগিব । আৰু কোনো কোনো মহাবিদ্যালয়ে উচ্চতম মাধ্যমিকত ৫০ শতাংশ নম্বৰৰ লগতে গণিত(Maths) থকাটো বাধ্যতামূলক । বি.চি.এ ক ৬টা যণ্নাষিকত(Semester) বিভক্ত । [1] ভৰতত বৰ্তমান এহাজাৰৰো এধিক মহাবিদ্যালয় তথা প্ৰতিষ্ঠানে বি.চি.এ. পাঠ্যক্ৰমৰ যোগান ধৰাৰ লগতে ৬০,০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বি.চি.এ. পাঠ্যক্ৰম কৰি আছে ।