ব-দ্বীপ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ব-দ্বীপ (ইংৰাজী: River delta) হৈছে এক প্ৰাকৃতিক ভূমি। নদীয়ে কঢ়িয়াই লৈ অনা মাটি নদীৰ মোহনাত জমা হয়। এনে দীৰ্ঘদিনধৰি জমা হোৱা মাটিয়েই ব-দ্বীপৰ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা দ্বীপৰ আকৃতি অসমীয়া বৰ্ণ ‘ব’-ৰ দৰে হোৱা বাবে ইয়াক ব-দ্বীপ নামাকৰণ কৰা হয়।
[সম্পাদনা কৰক] বহিঃসংযোগ
| ৱিকিমিডিয়া কমন্সত ‘ব-দ্বীপ’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
- The World Delta Database – Louisiana State University Geology