ভাৰতীয় উগ্ৰপন্থী সংগঠনসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিষিদ্ধ সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন[সম্পাদনা কৰক]

সক্ৰিয় সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন[সম্পাদনা কৰক]

  • নেছ'নেল ছ'চিঅলিষ্ট কাউনছিল অফ নগালেণ্ড-ইচাক মুইভা (এন এছ চি এন-আই এম)
  • নগা নেছ'নেল কাউনছিল-ফেডাৰেল (এন এন চি এফ)
  • নেছ'নেল কাউনছিল অফ নগালেণ্ড-খাপলং
  • পিপুলচ লেবৰেছন আৰ্মি
  • কাংলেই য়াৱোল কান্না লুপ (কে ৱাই কে এল)
  • জোমি লিভ'লুশ্বনেৰি ফ'ৰ্ণ্ট
  • পিপ'লছ ৰিভ'লুছ'নেৰী পাৰ্টি অব কাংলেইপাক (প্ৰিপাক)
  • আদিবাসি ক'ব্ৰা ফৰ্চ (এ এফ চি)
  • ডিমা হালিম ডাওগাহ (ডি এইচ ডি)
  • হামাৰ পিপোল'চ কনভেনশ্বন-ডেম্ৰ'ক্ৰেচি (এইচ পি চি-ডি)
  • কমতাপুৰ লেবাৰশ্বন অ'ৰগনাইজেশ্বন (কে এল অ')
  • ইউনাইটেত পিপোল'চ ডেম্ৰ'ক্ৰেটিক চ'লিডাৰ্টি (ইউ পি ডি এচ)[1]

অসক্ৰিয় সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন[সম্পাদনা কৰক]

  • আদম সেনা (এ এচ)
  • আদিভাষি চিক'ৰিটি ফৰ্চ (এ এচ এফ)
  • সদৌ অসম আদিভাষি সুৰক্ষা সমিতি (এ এ এ এচ এচ)
  • বৰাক উপত্যকা যুৱ মুক্তি বাহিনী (বি ভি ৱাই এল এফ)
  • বড়ো লেবাৰেছন টাইগাৰ (বি এল টি)
  • গোৰ্খা টাইগাৰ ফৰ্চ (জি টি এফ)
  • হাৰকুট-উল-জেহাদ
  • হাৰকুট-উল-মুজাহিডীড
  • ইছলামিক লেবাৰেশ্বন অৰ্মি অৱ আসাম (আই এল এ এ)
  • ইছলামিক সেৱক সংঙ্ঘ (আই এছ এছ)
  • ইছলামিক ইউনাইটেড ৰিফ'ৰমেশ্বন প্ৰ'টেষ্ট অৱ ইণ্ডিয়া (আই ইউ আৰ পি আই)
  • কাৰ্বি নেশ্বনেল ভ'লেণ্টৰি (কে এন ভি)
  • কাৰ্বি পিপ'লছ ফণ্ট (কে পি এফ)
  • কোচ-ৰাজবংশী মুক্তি সংগঠন (কে আৰ এল অ')
  • মুছলিম লেবাৰেশ্বন আৰ্মি (এম এল এ)
  • মুছলিম চিক'ৰিটি কাউনছিল অৱ আসাম (এম এছ চি এ)
  • মুছলিম চিক'ৰিটি ফৰ্চ (এম এছ এফ)
  • মুছলিম টাইগাৰ ফৰ্চ (এম টি এফ)
  • মুছলিম ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট অৱ আসাম (মালফা)
  • মুছলিম ভ'লেণ্টেৰি ফৰ্চ (এম ভি এফ)
  • পিপ'ল'ছ ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট (পি ইউ এল এফ)
  • ৰাভা নেশ্বনেল ছিক'ৰিটি ফৰ্চ (আৰ এন এছ এফ)
  • ৰিভোলেশ্বনেৰী মুছ্লিম কামাণ্ড' (আৰ এম চি)
  • তিৱা নেশ্বনেল ৰিভোলেশ্বনেৰী ফৰ্চ (টি এন আৰ এফ)
  • ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট অৱ বৰাক ভেলি
  • ইউনাইটেড লেবাৰেশ্বন মিলিটাই অৱ আসাম (ইউ এল এম এ)
  • ইউনাইটেড মুছলিম লেবাৰেশ্বন ফৰ্ণ্ট অৱ আসাম (ইউ এম এল এফ এ)[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]