ভাৰতৰ শাস্ত্ৰীয় নৃত্য

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ভাৰতৰ শাস্ত্ৰীয় নৃত্য
ভাৰত নাট্যমমণিপুৰীওডিচীকথকলিমোহিনীয়াট্টম · সত্ৰীয়াকথককুচিপুড়ি

(ওপৰৰ পৰা ঘড়ীৰ কাঁটা দিশত) ভাৰত নাট্যম, মণিপুৰী, ওডিচী, কথকলি, মোহিনীয়াট্টম, কুচিপুড়ি, কথক আৰু সত্ৰীয়া

ভাৰতৰ সংগীত নাটক একাডেমিয়ে বৰ্তমান ৮ টা নৃত্য শৈলীক শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰিছে। এই নৃত্য শৈলী সমূহ হৈছে:

নৃত্য শৈলী উৎপত্তিৰ স্থান (ৰাজ্য)
ওডিচী ওড়িচা
কথক উত্তৰ প্ৰদেশ
কথকলি অন্ধ্ৰ প্ৰদেশ
কুচিপুড়ি অন্ধ্ৰ প্ৰদেশ[1]
মণিপুৰী মণিপুৰ
মোহিনীয়াট্টম তামিলনাডু/কেৰেলা
ভাৰত নাট্যম তামিলনাডু
সত্ৰীয়া অসম


[সম্পাদনা কৰক] তথ্য সমল

  1. "Kuchipudi". Kuchipudi Dance Academy. http://www.kuchipudidance.org/kuchipudi.htm. Retrieved March 20, 2012. 
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত