ভাৰতৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা:

ৰাজ্য নাম বৈজ্ঞানিক নাম (ইংৰাজী: Scientific name) চিত্ৰ
অন্ধ্ৰ প্ৰদেশ কৃষ্ণসাৰ পহু Antilope cervicapra
অৰুণাচল প্ৰদেশ মেঠোন (গয়াল) Bos frontalis
অসম এশিঙীয়া গঁড় Rhinoceros unicornis
বিহাৰ মেঠোন Bos gaurus
ছত্তিছগড় বনৰীয়া ম’হ B. bubalis arnee
গোৱা মেঠোন Bos gaurus
গুজৰাট এছিয়ান সিংহ Panthera leo persica
হাৰিয়ানা কৃষ্ণসাৰ পহু Antilope cervicapra
হিমাচল প্ৰদেশ বৰফৰ বাঘ Uncia uncia or Panthera uncia
জম্মু-কাশ্মীৰ কাশ্মীৰী হেংগুল Cervus elaphus hanglu
ঝাৰখণ্ড ভাৰতীয় হাতী Elephas maximus indicus
কৰ্ণাটক ভাৰতীয় হাতী Elephas maximus indicus
কেৰালা ভাৰতীয় হাতী Elephas maximus indicus
লাক্ষাদ্বীপ পখিলা মাছ Chaetodon decussatus
মেঘালয় ধূসৰ চিতা বাঘ Neofelis nebulosa
মধ্য প্ৰদেশ দল-হৰিণা Rucervus duvaucelii
মহাৰাষ্ট্ৰ এবিধ ভাৰতীয় কেৰ্কেটুৱা Ratufa indica
মণিপুৰ ছাংগাই পহু Cervus eldi eldi
মিজোৰাম গিবন বান্দৰ Hoolock hoolock
নাগালেণ্ড মেঠোন Bos gaurus
ওড়িশা শৰপহু[1] Rusa unicolor
পণ্ডিচেৰী কেৰ্কেটুৱা Sciuridae
পঞ্জাব কৃষ্ণসাৰ পহু Antilope cervicapra
ৰাজস্থান চিংকাৰা পহু Gazella bennettii
ছিক্কিম ৰঙা পাণ্ডা Ailurus fulgens
তামিল নাডু নিলগিৰি তাহৰ Nilgiritragus hylocrius
ত্ৰিপুৰা চচমা-চকুৱা বান্দৰ Trachypithecus phayrei
উত্তৰাখণ্ড কস্তুৰী মৃগ Artiodactyls, Genus: Moschus, Family: Moschidae
উত্তৰ প্ৰদেশ দল-হৰিণা Rucervus duvaucelii
পশ্চিমবংগ ঢেঁকীয়া পতীয়া বাঘ Panthera tigris bengalensis

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]