ভূতি বৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্মণ ৰাজবংশ
পুষ্যবৰ্মা ৩৫০–৩৭৪
সমুদ্ৰবৰ্মা ৩৭৪–৩৯৮
বলবৰ্মা ৩৯৮–৪২২
কল্যাণ বৰ্মা ৪২২–৪৪৬
গণপতি বৰ্মা ৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা ৪৭০–৪৯৪
নাৰায়ণ বৰ্মা ৪৯৪–৫১৮
ভূতি বৰ্মা ৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা ৫৪২–৫৬৬
১০ স্থিত বৰ্মা ৫৬৬–৫৯০
১১ সুস্থিত বৰ্মা ৫৯০–৫৯৫
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫–৬০০
১৩ কুমাৰ ভাস্কৰ বৰ্মা ৬০০–৬৫০
১৪ অৱন্তী বৰ্মা ৬৫০–৬৫৫

ভূতি বৰ্মা (ইংৰাজী: Bhuti Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ অষ্টমজন ৰজা আছিল। এওঁ ৫১৮ খ্ৰীষ্টাব্দৰ পৰা ৫৪২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ বিজনানাৱতীক (Vijnanavati) বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁলোকৰে পুত্ৰ চন্দ্ৰমুখ বৰ্মা ভূতি বৰ্মাৰ উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

লগতে চাওক[সম্পাদনা কৰক]

লগতে পঢ়ক[সম্পাদনা কৰক]

  • Vasu, Nagendranath, The Social History of Kamarupa 
  • Tripathi, Chandra Dhar, Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India : history, art, traditions, Indian Institute of Advanced Study 
  • Wilt, Verne David, Kamarupa 
  • Gorakhpuri, Raghupatisahaya, Kamarupa 
  • Majumdar, Ramesh Chandra, Ancient India 
  • Kapoor, Subodh, Encyclopaedia of ancient Indian geography 
  • Sen, Sailendra Nath, Ancient Indian History and Civilization 
  • Kapoor, Subodh, The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific 
  • Sarkar, Ichhimuddin, Aspects of historical geography of Prāgjyotiṣa-Kāmarūpa (ancient Assam) 
  • Deka, Phani, The great Indian corridor in the east 
  • Pathak, Guptajit, Assam's history and its graphics 
  • Samiti, Kāmarūpa Anusandhāna, Readings in the history & culture of Assam