ভৃগুমুনি কাগয়ুং
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
|
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্রয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই বা য'তে প্রয়োজন দেখে {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্রবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্রত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । |
| ভৃগুমুনি কাগয়ুং | |
|---|---|
| জন্ম | ২২ অক্টোবৰ, ১৯৩৪ দিখৌমুখ, শিৱসাগৰ, অসম, ভাৰত |
| মৃত্যু | ২৭ মাৰ্চ, ২০১১ (৬৮ বছৰ) |
| পেচা | কবি, সম্পাদক, শিক্ষাবিদ আৰু লেখক |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| উল্লেখনীয় কৰ্মৰাজী | মন-বননিৰ জুই মিচিং সংস্কৃতিৰ আলেক্ষ্য |
ভৃগুমুনি কাগয়ুং (১৯৩৪-২০১১) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতৰ জন্ম হয় ১৯৩৪ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ আলিমুৰ মিচিং গাঁওত।
সূচী |
[সম্পাদনা কৰক] কৰ্মৰাজী
[সম্পাদনা কৰক] কবিতা
- কবিতা কলি
- কবিতা কুসুম
- অনাহুত
- মন-বননিৰ জুই
- K:Kang Me'tom (মিচিং)
[সম্পাদনা কৰক] গদ্য
- মিচিং কৃষ্টিৰ চমু আভাস
- আঞ্চলিক ভাষা বনাম আভাস[উদ্ধৃতিৰ প্ৰয়োজন]
- মিচিং লুজান
- মিচিং জনজীৱন চিন্তা সম্পৰ্কিত সমস্যা, শিক্ষা আৰু ভাষা
- আবেগিক এক্য সাধনাত শ্ৰীমম্ত শঙ্কৰদেৱৰ প্ৰসংগীকতা
[সম্পাদনা কৰক] সম্পাদনা
- মিচিং সংস্কৃতিৰ আলেখ্য
- অসমৰ জনজাতি গীতি সংকলন
- তৰুণ চন্দ্ৰ পামেগাম ৰচনাৱলী (প্ৰথম খণ্ড, ১৯৮৮)
- তৰুণ চন্দ্ৰ পামেগাম ৰচনাৱলী (দ্বিতীয় খণ্ড)
- Prominent Mising Personalites of Assam[1]
- Mising Agomclang ABVGE
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- ↑ Book:Prominent Mising Personalites of Assam, ed. Nabin Ch. Taye, page-17, 2002