মঙ্গল গ্ৰহ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| মঙ্গল |
|||||||
|---|---|---|---|---|---|---|---|
হাবল মহাকাশ দূৰবীনৰ যোগেদি দেখা মঙ্গল গ্ৰহ |
|||||||
| কক্ষীয় বৈশিষ্ট্যসমূহ | |||||||
| ইপক জে২০০০[1] | |||||||
| অপসূৰ দূৰত্ব: | ২৪৯,২২৮,৭৩০ কিমি (১৫৪.৮৬৩,৫৫৩ মাইল) ১.৬৬৫ ৯৯১ ১৬ এইউ |
||||||
| অনুসূৰ দূৰত্ব: | ২০৬,৬৪৪,৫৪৫ কিমি (১২৮,৪০২,৯৬৭ mi) ১.৩৮১ ৩৩৩ ৪৬ এইউ |
||||||
| অর্ধ-মুখ্য অক্ষ: | ২২৭,৯৩৬,৬৩৭ কিমি (১৪১,৬৩২,৯৭৬ মাইল) ১.৫২৩ ৬৬২ ৩১ এইউ |
||||||
| কক্ষীয় পৰিধি: | ~১,৪৩০,০০০,০০০ কিমি (৮৮৮,০০০,০০০ mi) ৯.৫৫ এইউ |
||||||
| কক্ষীয় উৎকেন্দ্ৰিকতা: | ০.০৯৩ ৪১২ ৩৩ | ||||||
| নাক্ষত্ৰিক পৰ্য্যায়: | ৬৮৬.৯৬০০ দিন (১.৮৮০৮ বছৰ) |
||||||
| যুতিকাল: | ৭৭৯.৯৬ দিন (২.১৩৫ বছৰ) |
||||||
| গড় কক্ষীয় দ্ৰুতি: | ২৪.০৭৭ কিমি/ছে (৫৩,৮৫৯ মাইল/ঘ) |
||||||
| সৰ্বোচ্চ কক্ষীয় দ্ৰুতি: | ২৬.৪৯৯ কিমি/ছে (৫৯,২৭৭ মাইল/ঘ) |
||||||
| সৰ্বনিম্ন কক্ষীয় দ্ৰুতি: | ২১.৯৭২ কিমি/ছে (৪৯,১৫০ মাইল/ঘ) |
||||||
| নতি: | ১.৮৫০ ৬১° (সৌৰবিষুবৰ সৈতে ৫.৬৫°) |
||||||
| উদ্বিন্দুৰ দ্ৰাঘিমা: | ৪৯.৫৭৮ ৫৪° | ||||||
| অনুসূৰ কোণ: | ২৮৬.৪৬২ ৩০° | ||||||
| উপগ্ৰহসমূহ: | ২ | ||||||
| ভৌত বৈশিষ্ট্যসমূহ | |||||||
| বিষুৱীয় ব্যাসাৰ্ধ্য: | ৩৪০২.৫ কিমি (২১১৪.২ মাইল) (পৃথিৱীৰ ০.৫৩৩ গুণ) |
||||||
| মেৰু ব্যাসাৰ্ধ্য: | ৩৩৭৭.৪ কিমি (২০৯৮.৬ mi) (পৃথিৱীৰ ০.৫৩৩ গুণ) |
||||||
| কমলাকৃতি: | ০.০০৭ ৩৬ | ||||||
| পৃষ্ঠতলৰ ক্ষেত্ৰফল: | ১.৪৪৮×১০৮ কিমি²) ৫৫,৯০৭,০০০ বৰ্গমাইল (১৪৪ ৭৯৮ ৪৬৫ বৰ্গকিমি) (পৃথিৱীৰ ০.২৮৪ গুণ) |
||||||
| আয়তন: | ১.৬৩১৮×১০১১ কিমি³ (পৃথিৱীৰ ০.১৫১ গুণ) |
||||||
| ভৰ: | ৬.৪১৮৫×১০২৩ কেজি (পৃথিৱীৰ ০.১০৭ গুণ) |
||||||
| গড় ঘনত্ব: | ৩.৯৩৪ গ্ৰাম/ছেমি³ | ||||||
| বিষুবীয় পৃষ্ঠৰ অভিকৰ্ষ: | ৩.৬৯ মি/ছে২ (০.৩৭৬g) |
||||||
| মুক্তি বেগ: | ৫.০২৭ কিমি/ছে (১১,২৪৫ মাইল/ঘ) | ||||||
| বিষুবীয় অঞ্চলত ঘূৰ্ণন বেগ: | ৮৬৮.২২ কিমি/ঘ (৫৩৯.৪৯ মাইল/ঘ) | ||||||
| এক্সিয়েল টিল্ট: | ২৫.১৯° | ||||||
| উত্তর মেৰুৰ বিষুবাংশ: | ৩১৭.৬৮১ ৪৩° (২১ ঘ ১০ মি ৪৪ ছে) |
||||||
| বিষুবলম্ব: | ৫২.৮৮৬ ৫০° | ||||||
| প্রতিফলন অনুপাত: | ০.১৫ | ||||||
| পৃষ্ঠৰ তাপমাত্ৰা: ছেলছিয়াচ |
|
||||||
| বিশেষণসমূহ: | মঙ্গলীয় | ||||||
| বায়ুমণ্ডল | |||||||
| পৃষ্ঠৰ চাপ: | ০.৭–০.৯ কিলো পাস্কেল | ||||||
| গাঠনিক উপাদান: | ৯৫.৭২% কাৰ্বন ডাই অক্সাইড ২.৭% নাইট্ৰজেন ১.৬% আৰ্গন ০.২% অক্সিজেন ০.০৭% কাৰ্বন মনোক্সাইড ০.০৩% পানী বাষ্প ০.০১% নাইট্ৰিক অক্সাইড ২.৫ পিপিএম নিয়ন ৩০০ পিপিবি ক্ৰিপ্টন ১৩০ পিপিবি ফৰমেল ডি হাইড ৮০ পিপিবি জেনন ৩০ পিপিবি অ’জন ১০ পিপিবি মিথেন |
||||||
সৌৰজগতৰ চতুৰ্থ গ্ৰহ হৈছে মঙ্গল গ্ৰহ| পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙা বৰণৰ দৰে দেখি| মঙ্গলগ্ৰহ সৌৰজগতৰ শেষ পাৰ্থিৱ গ্ৰহ| অৰ্থাৎ এই গ্ৰহটোৰো ভূ-ত্বক পৃথিৱী ভূ-ত্বকৰ সৈতে বহুখিনি সাদৃশ্য আছে| ইয়াত অতি ক্ষীণ বায়ুমণ্ডল আছে, আৰু ইয়াৰ ভূ-পৃষ্ঠত চন্দ্ৰৰ দৰে অসংখ্য খাদ, আৰু পৃথিৱীৰ দৰে আগ্নেয়গিৰি, মৰুভূমি আৰু মেৰুদেশীয় বৰফো আছে| সৌৰ জগতৰ সৰ্ববৃহৎ পাহাৰ এই গ্ৰহটোতেই অৱস্থিত| ইয়াৰ নাম অলিম্পাছ মন্চ| সৰ্ববৃহৎ গভীৰ গিৰিখাতটোও এই গ্ৰহতে আছে আৰু ইয়াৰ নাম ভ্যালিছ মেৰিনাৰিছ| মঙ্গল গ্ৰহৰ ঘূৰ্ণন কাল আৰু ঋতু পৰিবৰ্তনো বহুকাংশে পৃথিৱীৰ দৰেই|
১৯৬৫ চনত মেৰিনাৰ ৪ মহাকাশযানখনে প্ৰথমবাৰৰ বাবে মঙ্গল গ্ৰহত অভিযান চলাইছিল| এই অভিযানৰ পিছৰ পৰা মঙ্গল গ্ৰহত তৰল পানীৰ অস্তিত্ব আছে বুলি অনেকেই ধাৰণা কৰিছিল ।
[সম্পাদনা কৰক] বহিঃসংযোগ
- http://www.worldwindcentral.com/wiki/Mars
- Google Mars Interactive image of Mars
- Flight Into Mariner Valley NASA/JPL/Arizona State University 3D flythrough of Valles Marineris
- Marsgeo.com Mars Rover photos, videos & surface geology
- Nine Planets Mars page
- On Mars: Exploration of the Red Planet 1958-1978 from the NASA History Office.
- Martian Law - a CATO white paper
- Computer Simulation of a flyby through Mariner Valley
- Mars Unearthed - Comparisons of terrains between Earth and Mars
- Ralph Aeschliman's Online Atlas of Mars
- Geody Mars World's search engine that supports NASA World Wind, Celestia, and other applications.
- BBC News update on Mars Express' findings of polar water ice and water-eroded features on the surface
- BBC News Mars pictures reveal frozen sea
- Be on Mars Anaglyphs from the Mars Rovers (3D)
- 04/02/07: ESA Prepares for a Human Mission to Mars
- NASA/JPL OnMars WMS Server for Mars Data
- Exploring Mars: Image Center
|
|
||||||
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্রেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱর্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা |
||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||