মন্ত্ৰী স্কোৱেৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মন্ত্ৰী স্কোৱেৰ মল
Location বাংগালোৰ, কৰ্ণাটক, ভাৰত
Coordinates 12°59′32.1″N 77°34′13.2″E / 12.99225°N 77.570333°E / 12.99225; 77.570333স্থানাংক: 12°59′32.1″N 77°34′13.2″E / 12.99225°N 77.570333°E / 12.99225; 77.570333
Website http://mantrisquare.com

মন্ত্ৰী স্কোৱেৰ (কন্নড়: ಮಂತ್ರಿ ಸ್ಕ್ವೇರ್) কৰ্ণাটকবাংগালোৰ মহানগৰৰ মালেশ্বৰম অঞ্চলত অৱস্থিত এটা শ্বপিং মল। ৯২৪০০০ বৰ্গ ফুট (৮৫,৮০০ বৰ্গ মিটাৰ) ব্যৱহাৰযোগ্য কালিৰে (Gross leasable area) ২০১০ চনত মুকলি কৰাৰ সময়ত ই দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ শ্বপিং মল হিচাপে পৰিগণিত হৈছিল। [1]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "Largest mall, Mantri Square to have metro connectivity". The Economic Times. March 15, 2010. http://articles.economictimes.indiatimes.com/2010-03-15/news/27608943_1_largest-mall-metro-connectivity-mantri-developers। আহৰণ কৰা হৈছে: March 30, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]