মাতৃ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাতৃদিৱসৰ পৰা পুনঃনিৰ্দেশিত)
মাতৃ দিৱস
মাতৃ দিৱস
মাতৃ দিৱস উপলক্ষে এটি শিশুৱে মাকলৈ তৈয়াৰ কৰা শুভেচ্ছা-পত্ৰ।
পালন কৰে আন্তঃৰাষ্ট্ৰীয়
প্ৰকাৰ সাংস্কৃতিক আৰু ব্যৱসায়িক
আৰম্ভ হয় মে’ৰ দ্বিতীয় দেওবাৰ
তাৰিখ দ্বিতীয় দেওবাৰ in মে’
২০২৩ৰ তাৰিখ মে’ এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ
২০২৪ৰ তাৰিখ মে’ এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ
২০২৫ৰ তাৰিখ মে’ এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ
সম্পৰ্কিত পিতৃ দিৱস, অভিভাৱক দিৱস
অৱধি ১ দিন
সংঘটন বাৰ্ষিক

মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্‌যাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশসমূহে বিভিন্ন সময়ত এই দিৱস উদ্‌যাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে’ মাহত এই দিৱস পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত যেনে— উত্তৰ গোলাৰ্ধত এপ্ৰিল-মে’ত, আৰ্জেণ্টিনাত অক্টোবৰত, অষ্ট্ৰেলিয়াত মে’ মাহত মাতৃ দিৱস পালন কৰা হয়।[1] এই দিৱস পিতৃ দিৱসৰ বিপৰীত। অৱশ্যে উদ্দেশ্য আৰু বৈশিষ্ট্যসমূহ একেই।

প্ৰথমবাৰৰ বাবে আধুনিক মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। অৱশ্যে ই অন্যান্য পৰম্পৰাগত অনুষ্ঠানৰ সৈতে একে নহয় (যিসমূহ বিশ্বই পৰম্পৰাগতভাৱে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পলন কৰে)।[2][3][4] ১৯১২ চনত আন্না জাৰ্ভিছে ছেকেণ্ড ছানডে’ ইন মে’ আৰু মাদাৰ্ছ ডে’ ইণ্টাৰনেশ্যনেল এছ’চিয়েছন গঠন কৰে। তেওঁ কৈছিল যে— “মাদাৰ্ছ শব্দটো পৃথিৱীৰ প্ৰতিগৰাকী মাতৃক স্মৃতি তৰ্পণ কৰা বহুবচনাত্মক সম্বন্ধ কাৰক নহয়, প্ৰতিটো পৰিয়ালে নিজ-নিজ মাতৃক সন্মান জনোৱাৰ বাবে একবচনাত্মক সম্বন্ধ কাৰক হোৱাহে উচিত।”[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 সম্পাদক, মাতৃ দিৱস, বিকাশপেডিয়া, https://as.vikaspedia.in/health/nrhm/9ae9be9a49c3-9a69bf9f19b8 
  2. L. James Grold (April 1961458), "Mother's Day", American Journal of Psychiatry খণ্ড 124, doi:10.1176/appi.ajp.124.10.1456, "Mother's Day, conceived by Anna Jarvis to honor unselfish mothers (...) Although there is no direct lineal descent to our modern Mother's Day custom, secular and religious motherhood have existed for thousands of years 10 May 1908: the first church – St. Andrew's in Grafton, West Virginia – responded to her request for a Sunday service honoring mothers . Cybele (...)" 
  3. Tad Tuleja (1999), Curious Customs: The Stories Behind 296 Popular American Rituals, Galahad Books, p. 167, ISBN 1-57866-070-X, 9781578660704, http://books.google.com/books?id=CJJracI4-JUC, "Although attempts have been made to link Mother's Day to ancient cults of the mother goddess, especially the worship of Cybele, the association is more conceptual than historic. Mother's Day is a modern, American invention." 
  4. Robert J. Myers, Hallmark Cards (1972), Celebrations; the complete book of American holidays, Doubleday, p. 143, http://books.google.com/books?id=8jbgAAAAMAAJ, "Our observance of Mother's Day is little more than half a century old, yet the nature of the holiday makes it seem as if it had its roots in prehistoric times. Many antiquarians, holiday enthusiasts, and students of folklore have claimed to find the source Mother's Day in the ancient spring festivals dedicated to the mother goddess, particularly the worship of Cybele."