মিডিয়াৱিকি আলোচনা:Licenses

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


সৰলীকৰন প্ৰস্তাৱ[সম্পাদনা কৰক]

ব্যৱহাৰকাৰী সকলৰ বোজাই কৰাৰ সুবিধাৰ্থে এই তালিকাৰ পৰা কিছুমান বিকল্প আতৰাই থ’লে ভাল হ’ব নেকি? যদি কৰা উচিত, তেন্তে কোনখিনি আমি বিকল্প আমি বিলোপ কৰিম? মন্তব্য দিব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:49, 14 এপ্ৰিল 2012 (UTC)

এনেকৈ থোৱাই ভাল। সৰলীকৰণ কৰাৰ পিছত অনুজ্ঞাপত্ৰৰ ভুল থাকিলে ৱিকিমিডিয়া পুলিচে ধৰিব। — গীতাৰ্থ বৰদলৈ (talk) 13:56, 14 এপ্ৰিল 2012 (UTC)
ঠিক আছে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 14:01, 14 এপ্ৰিল 2012 (UTC)
ইয়াত আৰু বহুতো অনুবাদ কৰিবলগীয়া আছে নেকি? লাইচেন্সবিলাক অত্যন্ত specific কাৰণে সৰলীকৰণ নকৰাই ভাল। আৰু (CC BY-SA) এনেকুৱা সক্ষেপবিলাক ৰাখি যাব লাগিছিল নেকি? কাৰণ এইকেইটা স্পেচিফিক লাইচেন্স টাৰ্ম আৰু বেলেগ বেলেগ ধৰণৰো কম্বিনেছন হ'ব পাৰে। সক্ষেপটো বন্ধনীৰ ভিতৰতে ৰাখি দিব পাৰি।উদ্দীপতালুকদাৰ (talk) 14:48, 14 এপ্ৰিল 2012 (UTC)
অনুবাদ কৰিবলৈ বেছি এটা বাকী নাই| অলপহে আছে মাথো| পিছৰ বাক্যটো ভালদৰে বুজি নাপালো| উদাহৰণ দি অলপ বুজাই লিখিব নেকি?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:01, 14 এপ্ৰিল 2012 (UTC)

ফাইল আপল'ড কৰক, File upload wizard?[সম্পাদনা কৰক]

Wikimedia Commons logo

Hello! Sorry for writing in English. It was noted that on this wiki there is little community activity around uploads: less than 50 "বিলোপ কৰক" actions in "চিত্ৰ" last year.

I guess this wiki doesn't have the interest or energies to maintain complex templates and metadata, especially for EDP files. I propose to

so that no new work is needed on this wiki and all users can have a functioning, easy upload interface in their own language. All registered users can upload on Commons.

All this will be done around 2014-09-30.

  1. If you disagree with the proposal, just remove this wiki from the list.
  2. To make the UploadWizard even better, please tell your experience and ideas on commons:Commons:Upload Wizard feedback.
  3. In all cases, existing files will not be affected, but everyone is welcome to join m:File metadata cleanup drive. The goal is to give better credit to the authors who provided us their works.

Nemo 19:12, 18 ছেপ্টেম্বৰ 2014 (UTC)

Actions Taken
Thank you Nemo for reminding me again. We took notice of your message and already taken action by removing the name of aswiki from the list you mentioned. We do give due weightage to licencing issues. We have a strong upload wizard in place and editors also do cleaning as and when they have time.
We do not agree that only sysops will be responsible for uploading.
প্রভাকৰ শৰ্মা নেওগ (talk) 13:14, 31 অক্টোবৰ 2014 (UTC)