মুছলমান
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মুছলিমৰ পৰা পুনঃনিৰ্দেশিত)
ইছলাম ধৰ্মাৱলম্বী লোকসকলক মুছলিম বা মুছলমান (আৰবী: مسلم, ইংৰাজী: Muslim or Moslem)[1] বুলি কোৱা হয়। মুছলমান হোৱৰ প্ৰাথমিক যোগ্যতা হৈছে আল্লাৰ (ইছলাম ধৰ্মৰ ভগৱান) ওপৰত আস্থা আৰু সমৰ্পন। তেওঁলোকে তেওঁলোকৰ ধৰ্মগ্ৰন্থ কোৰাণৰ নিৰ্ধাৰিত নিয়ম (হাদিথ) মতে জীৱন নিৰ্বাহ কৰে।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘মুছলিম’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Islamic directory for Muslims Find Muslim Owned businesses, Masjids (Mosques) and Islamic Centers all over the world.
- Muslim Population in Countries with different Alphabets