মুস্তানছিৰ বাৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড° মুস্তানছিৰ বাৰ্মা

পদাধিকাৰ
দপ্তৰৰ দ্বায়িত্বগ্ৰহন
২০০৭

জন্ম ২৭ ডিচেম্বৰ, ১৯৫০
মুম্বাই, ভাৰত
অধ্যয়নকৃত শিক্ষা প্ৰতিষ্ঠান কেম্পিয়ন স্কুল, মুম্বাই,
ছেইন্ট জেভিয়াৰ্ছ কলেজ, মুম্বাই,
ষ্টেট য়ুনিভাৰ্ছিটি অৱ নিউইয়ৰ্ক, ষ্টনী ব্ৰুক(ইংৰাজী:State University of New York at Stony Brook)
পেছা অধ্যাপক, বিজ্ঞানী, লেখক


পদ্মশ্ৰী ড° মুস্তানছিৰ বাৰ্মা এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ পৰিসাংখ্যিক বল বিজ্ঞান ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে বিখ্যাত। বৰ্তমান তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান , মুম্বাইৰ সঞ্চালক। [1]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • Indian National Science Academy-ৰ যুৱ বিজ্ঞানী বঁটা (১৯৮০)।
  • Indian Academy of Sciences-ৰ Associate (১৯৮৩-৮৬)।
  • CSIR -ৰ দ্বাৰা পদাৰ্থবিজ্ঞানত শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা (১৯৯৫)।
  • সন্মানীয় অধ্যাপক, জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ, বাংগালোৰ (১৯৯৮-২০০১)।
  • DAE পদাৰ্থবিজ্ঞানত ৰাজা ৰামান্না বক্তৃতা পুৰস্কাৰ (২০০৪)।
  • ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ এচ এন বোস Centenary Award (২০০৭)।
  • Department of Science and Technology-ৰ জে চি বোস ফেল'শ্বিপ (২০০৭)।
  • সপ্তম আব্দুচ চালাম সোঁৱৰণী বক্তৃতা, জামিয়া মিলিয়া ইছলামিয়া (২০০৯)।
  • আৰ এছ গোয়ল পুৰস্কাৰ (২০০৬), ২০১০ চনত প্ৰদান কৰা হৈছিল।
  • পদ্মশ্ৰী(২০১৩) [2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]