লক্ষ্মী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


লক্ষ্মী দেৱী
লক্ষ্মী দেৱীৰ চিত্ৰ
লক্ষ্মী দেৱীৰ চিত্ৰ
অধিকাৰ ধন-সম্পত্তি
দেৱনাগৰী लक्ष्मी
গোত্ৰ দেৱী
দাম্পত্যসঙ্গী বিষ্ণু


লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।