লামডিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লামডিং
—  চহৰ  —
লামডিং is located in Assam
লামডিং
অসম ত অৱস্থান
ভৌগোলিক স্থানাংক: 25°45′N 93°10′E / 25.75°N 93.17°E / 25.75; 93.17স্থানাংক: 25°45′N 93°10′E / 25.75°N 93.17°E / 25.75; 93.17
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নগাওঁ
উচ্চতা
জনসংখ্যা (2011)
 - মুঠ 50,570
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 782447
Telephone code +91-3674

লামডিং (Pron:/lʌmˈdɪŋ/)(ইংৰাজী: Lumding) অসমনগাওঁ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ ই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰে'লৱে জংচন ৰূপে প্ৰখ্যাত৷

ইতিহাস[সম্পাদনা কৰক]

লামডিং নামটোৰ উৎস ডিমাছা ভাষাৰ ' লামা' আৰু 'ডিং' শব্দ দুটা যাৰ অৰ্থ ক্ৰমান্বয়ে 'বাট' আৰু 'পোন'৷ গতিকে লামডিঙৰ সম্পূৰ্ণ অৰ্থ পোন আলিবাট ৷ 'লামা' শব্দৰ পৰা অন্য এটা কাষৰীয়া ৰে'লৱে ষ্টেচনৰ 'লামাছাখং' ( Lamasakhong) ৰখা হৈছে, যাৰ অৰ্থ 'সৰু আলিবাটেৰে পূৰ্ণ উপত্যকা (valley of small paths)৷

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

আন্ত:গাথঁনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] মুঠ জনসংখ্যা ৩১,৩৪৭ জন৷ [2]

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

লামডিং উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মূখ্য বিভাগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ ৰে'লৱে জংচন৷ এই জংচনটোৱে অসমত্ৰিপুৰাৰ সৈতে সংযোজিত কৰিছে৷ ইয়াটো লামডিং-বদৰপুৰ-শিলচৰ-আগৰতলা হৈ গৈছে৷

শিক্ষা[সম্পাদনা কৰক]

লামডিঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল- বিদ্যালয়-

  • ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ডনবস্কো হাইস্কুল
  • কেন্দ্ৰীয় বিদ্যালয়
  • দক্ষিণ লামডিং বিদ্যা নিকেতন
  • প্ৰণবানন্দ বিদ্যা মন্দিৰ
  • দক্ষিণ লামডিং উচ্চ মাধ্যমিক বিদ্যালয়
  • বীৰ কনকলতা প্ৰাথমিক বিদ্যালয়

মহাবিদ্যালয়-

  • লামডিং মহাবিদ্যালয়

ৰাজনীতি[সম্পাদনা কৰক]

লামডিং নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷[3]

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]