লিঅ'নেল মেছি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিঅ'নেল মেছি
Lionel Messi Player of the Year 2011.jpg
২০১১ ফিফা ক্লাব বিশ্বকাপত বাৰ্চিলোনাৰ হকে খেলি থকা মুহূৰ্তত মেছি
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম লিঅ'নেল আন্দ্ৰেছ মেছি[1]
জন্ম জুন ২৪, ১৯৮৭[1]
জন্মস্থান ৰ'জাৰিঅ', আৰ্জেণ্টিনা[1]
উচ্চতা ১.৬৯ m (৫ ft ৭ in)[1]
খেলা স্থান ফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাব বাৰ্চিলোনা
সংখ্যা ১০
যুৱ কেৰিয়াৰ
1995–2000 নিউৱেলছ অ'ল্ড বয়েজ
2000–2003 বাৰ্চিলোনা
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষ দল অংশগ্ৰহণ (গ'ল)
2003–2004 বাৰ্চিলোনা C ১০ (৫)
2004–2005 বাৰ্চিলোনা B ২২ (৬)
2004– বাৰ্চিলোনা ২৭৭ (২৪৩)
ৰাষ্ট্ৰীয় দল
2004–2005 আৰ্জেণ্টিনা U20 ১৮ (১৪)
2007–2008 আৰ্জেণ্টিনা U23 (২)
2005– আৰ্জেন্টিনা ৮৭ (৩৯)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 01:38, 17 May 2014 (UTC).


‡ National team caps and goals correct as of 01:00, 15 June 2014 (UTC)

লিঅ'নেল আন্দ্ৰেছ মেছি (জন্ম ২৪ জুন, ১৯৮৭) স্পেনিছ ক্লাব বাৰ্চিলোনা আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ। তেওঁ ৰাষ্ট্ৰীয় ফুটবল দলটোৰ হকে প্ৰতিনিধিত্বও কৰে।

তেওঁ ২১ বছৰ বয়সত বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছৰ বছৰতে (২০০৯ চন) তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে। ২০১০ চনত তেওঁ ফিফা বেলন ডিঅ'ৰ লাভ কৰে আৰু ২০১১ আৰু ২০১২ চনত পুনৰ সেই খিতাপৰ অধিকাৰী হয়। তেওঁ ২০১০-২০১১ চনত ইউৰোপৰ শ্ৰেষ্ঠ খেলুৱৈৰ উৱেফা বঁটাও লাভ কৰিছিল। মাত্ৰ ২৪ বছৰ বয়সত তেওঁ সকলোবোৰ আনুষ্ঠানিক প্ৰতিযোগিতা ধৰি বাৰ্চিলোনাৰ সৰ্বোচ্চ স্ক'ৰাৰ হৈ পৰে। লা লিগাত ২০০টা গ'ল কৰা কনিষ্ঠ খেলুৱৈও মেছিয়েই।

বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কিছুমানে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গণ্য কৰা[2][3][4][5][6][7] মেছি চাৰিবাৰ ফিফা/বেলন ডিঅ'ৰ বঁটা আৰু তিনিবাৰ ইউৰোপীয়ান গল্ডেন শ্বু বঁটা জয় কৰা ইতিহাসৰ একমাত্ৰ খেলুৱৈ। বাৰ্চিলোনাৰ হৈ মেছিয়ে ছবাৰ লীগ খিতাপ, দুবাৰ ক'পা ডেল ৰে', পাঁচবাৰ চুপাৰক'পা, তিনিবাৰ উৱেফা চেম্পিয়ন্‌ছ লীগ, দুবাৰ উৱেফা চুপাৰ কাপ আৰু দুবাৰ ফিফা ক্লাব বিশ্বকাপ লাভ কৰিছে।

একেধাৰে চাৰিখন উৱেফা চেম্পিয়ন্‌ছ লীগত অধিকতম সাফল্য অৰ্জন কৰা মেছি হৈছে প্ৰথম আৰু একমাত্ৰ খেলুৱৈ, আৰু লগতে প্ৰতিযোগিতাখনত অধিকতম হেট্ট্ৰিক অৰ্জন(৪) কৰাৰ ৰেকৰ্ডো মেছিৰ নামতে আছে। ২০১২ চনৰ মাৰ্চ মাহত মেছিয়ে চেম্পিয়নছ লীগৰ এখন খেলতে প্ৰথম খেলুৱৈ হিচাবে পাঁচটা গ'ল কৰি নতুন ইতিহাস ৰচে। তেওঁ চেম্পিয়ন্‌ছ লীগৰ একেটা চীজনত জ'ছে আলটাফিনিৰ ১৪ টা গ'লৰ ৰেকৰ্ডৰ লগতো সমতা স্থাপন কৰে যিটো পিছলৈ ক্ৰিষ্টিয়ান' ৰ'নাল্ড'ই ভংগ কৰে। মেছিয়ে ২০১১-১২ সময়ছোৱাত ৭৩ টা গ'লেৰে নতুন ইউৰোপীয়ান ৰেকৰ্ড গঢ়ে। সেই চিজনত তেওঁ ৫০ টা গ'লেৰে লা লীগাৰ এটা চিজনত অৰ্জন কৰা গ'লসাফল্যৰ ৰেকৰ্ড স্থাপন কৰে। তদুপৰি একেটা চিজনতে ছখন ভিন্ন আনুষ্ঠানিক প্ৰতিযোগিতাত সাফল্য অৰ্জনৰ লগতে সহায়কৰ ভূমিকা পালন কৰা মেছিক প্ৰথমজন খেলুৱৈ হিচাবে বিবেচনা কৰা হয়। ১৬ ফেব্ৰুৱাৰী, ২০১৩ৰ দিনা মেছিয়ে বাৰ্চিলোনাৰ হকে ৩০০তম গ'লটো দিয়ে। ৩০ মাৰ্চ, ২০১৩ৰ দিনা ব্যৱসায়িক ফুটবল লীগত ধাৰাবাহিকভাৱে প্ৰতিটো টীমৰ বিৰূদ্ধে গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাবে লা লীগাৰ ১৯তম চীজনত একেৰাহে গ'লসাফল্য অৰ্জন কৰে। তেওঁ পিছত এই ৰেকৰ্ডৰ সাচঁটি ২১ টা লৈ বৃদ্ধি কৰে, আৰু তেওঁৰ উৰুৰ আঘাঁতৰ বাবে এই সাচঁটি ২১টাতে থমকি ৰ'ব লগা হয়। ২০১৪ চনৰ মাৰ্চ মাহত ৰিয়েল মাদ্ৰিদ(Real Madrid)ৰ বিৰূদ্ধে হেট্ট্ৰিক কৰি সৰ্বোচ্চ গ'ল আৰু হেট্ট্ৰিকৰ সৈতে এল ক্লাচিকো(El Clásico)ৰ ইতিহাসৰ প্ৰথমজন খেলুৱৈ হৈ পৰে।

মেছিয়ে সৰ্বোকৃষ্ট খেলুৱৈ আৰু সৰ্বোচ্চ গ'লদাতা(৬টা গ'লৰ সৈতে) হিচাবে সমাপ্তি ঘটাই আৰ্জেন্টিনা(Argentina)ক ২০০৫ চনৰ ২০ বছৰ অনূৰ্ধ বিশ্বকাপ(2005 FIFA U-20 World Cup) জিকাত সহায় কৰে। (২০০৬)চনত তেওঁ আৰ্জেণ্টিনাৰ হকে ফিফা বিশ্বকাপ খেলা(FIFA World Cup)ৰ লগতে গ'ল দি কনিষ্ঠতম আৰ্জেণ্টাইন খেলুৱৈ হৈ পৰে, আৰু ইয়াৰ লগতে ২০০৭চনত ক'পা আমেৰিকা(Copa América)ত সৰ্বোচ্চ কনিষ্ঠ খেলুৱৈ হিচাবে নিৰ্বাচিত হোৱাৰ লগতে ৰানাৰ্চ আপ মেডেলো জয় কৰে। ২০০৮ চনত তেখেতে আৰ্জেণ্টিনা ফুটবল টীম(Argentina Olympic football team)ৰ সৈতে তেওঁৰ প্ৰথম আন্তঃৰাস্ট্ৰীয় সন্মান আকাৰে অলিম্পিক স্বৰ্ণ মেডেল(Olympic Gold Medal) জয় কৰে। স্পৰ্টছ প্ৰো(SportsPro)এ তেওঁক দ্বিতীয় আটাইতকৈ ব্যৱসায়যোগ্য খেলুৱৈৰ স্থান দিছে। তেওঁৰ ভংগী আৰু যশে তেখেতক স্বদেশী ডিয়েগ' মাৰাডোনা(Diego Maradona)ৰ সৈতে তুলনা কৰাবলৈ বাধ্য কৰাইছে, আৰু তেওঁ নিজেই মেছিক তেখেতৰ উত্তৰাধিকাৰী(successor) বুলি স্বীকৃতি দিছে।[8]

কেৰিয়াৰ পৰিসংখ্যা[সম্পাদনা কৰক]

ক্লাব পৰিসংখ্যা[সম্পাদনা কৰক]

১৭ মে', ২০১৪. অনুসৰি
Club statistics
Club Season League Copa del Rey Europe Other Total
Division Apps Goals Apps Goals Apps Goals Apps Goals Apps Goals
Barcelona C 2003–04[9] Tercera División 10 5 10 5
Barcelona B 2003–04[10] Segunda División B 5 0 5 0
2004–05[11] 17 6 17 6
Total 22 6 22 6
Barcelona 2004–05[11] La Liga 7 1 1 0 1[lower-alpha 1] 0 9 1
2005–06[12] 17 6 2 1 6[lower-alpha 1] 1 0 0 25 8
2006–07[13] 26 14 2 2 6[lower-alpha 2] 1 2[lower-alpha 3] 0 36 17
2007–08[14] 28 10 3 0 9[lower-alpha 1] 6 40 16
2008–09[15] 31 23 8 6 12[lower-alpha 1] 9 51 38
2009–10[16] 35 34 3 1 12[lower-alpha 4] 8 3[lower-alpha 5] 4 53 47
2010–11[17] 33 31 7 7 13[lower-alpha 1] 12 2[lower-alpha 3] 3 55 53
2011–12[18] 37 50 7 3 12[lower-alpha 6] 15 4[lower-alpha 7] 5 60 73
2012–13[19] 32 46 5 4 11[lower-alpha 1] 8 2[lower-alpha 3] 2 50 60
2013–14[20] 31 28 6 5 7[lower-alpha 1] 8 2[lower-alpha 3] 0 46 41
Total 277 243 44 29 89 68 15 14 425 354
Career total 309 254 44 29 89 68 15 14 457 365

আন্তঃৰাষ্ট্ৰীয়[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় পৰিসংখ্যা[সম্পাদনা কৰক]

International statistics
Team Year Apps Goals
Argentina 2005 5 0
2006 7 2
2007 14 6
2008 8 2
2009 10 3
2010 10 2
2011 13 4
2012 9 12
2013 7 6
2014 4 2
Total 87 39

আন্তঃৰাষ্ট্ৰীয় গ'লসমূহ[সম্পাদনা কৰক]

Scores and results list Argentina's goal tally first.
Goal Date Venue Opponent Score Result Competition
1 1 March 2006 St. Jakob-Park, Basel, Switzerland  ক্ৰয়েছিয়া 2–1 2–3 Friendly
2 16 June 2006 WM-Stadion Gelsenkirchen, Gelsenkirchen, Germany  ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰো 6–0 6–0 2006 FIFA World Cup
3 5 June 2007 Camp Nou, Barcelona, Spain  আলজেৰিয়া 2–2 4–3 Friendly
4 4–2
5 8 July 2007 Metropolitano de Fútbol de Lara, Barquisimeto, Venezuela  পেৰু 2–0 4–0 2007 Copa América
6 11 July 2007 Polideportivo Cachamay, Puerto Ordaz, Venezuela  মেক্সিকো 2–0 3–0
7 16 October 2007 José Pachencho Romero, Maracaibo, Venezuela  ভেনিজুৱেলা 2–0 2–0 2010 FIFA World Cup qualification
8 20 November 2007 Estadio El Campín, Bogotá, Colombia  কলম্বিয়া 1–0 1–2
9 4 June 2008 Qualcomm Stadium, San Diego, United States  মেক্সিকো 2–0 4–1 Friendly
10 11 October 2008 Estadio Monumental, Buenos Aires, Argentina  উৰুগুৱে 1–0 2–1 2010 FIFA World Cup qualification
11 11 February 2009 Stade Vélodrome, Marseille, France  ফ্ৰান্স 2–0 2–0 Friendly
12 28 March 2009 Estadio Monumental, Buenos Aires, Argentina  ভেনিজুৱেলা 1–0 4–0 2010 FIFA World Cup qualification
13 14 November 2009 Vicente Calderón Stadium, Madrid, Spain  স্পেইন 1–1 1–2 Friendly
14 7 September 2010 Estadio Monumental, Buenos Aires, Argentina  স্পেইন 1–0 4–1
15 17 November 2010 Khalifa International Stadium, Doha, Qatar  ব্ৰাজিল 1–0 1–0
16 9 February 2011 Stade de Genève, Geneva, Switzerland  পৰ্তুগাল 2–1 2–1
17 20 June 2011 Estadio Monumental, Buenos Aires, Argentina  আলবেনিয়া 2–0 4–0
18 7 October 2011  চিলি 2–0 4–1 2014 FIFA World Cup qualification
19 15 November 2011 Estadio Metropolitano Roberto Meléndez, Barranquilla, Colombia  কলম্বিয়া 1–1 2–1
20 29 February 2012 Stade de Suisse Wankdorf, Bern, Switzerland  ছুইজাৰলেণ্ড 1–0 3–1 Friendly
21 2–1
22 3–1
23 2 June 2012 Estadio Monumental, Buenos Aires, Argentina  ইকুৱেডৰ 3–0 4–0 2014 FIFA World Cup qualification
24 9 June 2012 MetLife Stadium, East Rutherford, United States  ব্ৰাজিল 1–1 4–3 Friendly
25 2–1
26 4–3
27 15 August 2012 Commerzbank-Arena, Frankfurt, Germany  জাৰ্মানী 2–0 3–1
28 7 September 2012 Estadio Mario Alberto Kempes, Córdoba, Argentina  পাৰাগুৱে 3–1 3–1 2014 FIFA World Cup qualification
29 12 October 2012 Estadio Malvinas Argentinas, Mendoza, Argentina  উৰুগুৱে 1–0 3–0
30 3–0
31 16 October 2012 Estadio Nacional, Santiago, Chile  চিলি 1–0 2–1
32 22 March 2013 Estadio Monumental, Buenos Aires, Argentina  ভেনিজুৱেলা 2–0 3–0
33 14 June 2013 Estadio Mateo Flores, Guatemala City, Guatemala  গুৱেটমালা 1–0 4–0 Friendly
34 3–0
35 4–0
36 10 September 2013 Estadio Defensores del Chaco, Asunción, Paraguay  পাৰাগুৱে 1–0 5–2 2014 FIFA World Cup qualification
37 4–1
38 7 June 2014 Estadio Ciudad de La Plata, La Plata, Argentina  শ্ল’ভেনিয়া 2–0 2–0 Friendly
39 15 June 2014 Estádio do Maracanã, Rio de Janeiro, Brazil  বচনিয়া আৰু হাৰজেগ’ভিনা 2–0 2–1 2014 FIFA World Cup

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "10 Messi". fcbarcelona.com. FC Barcelona. http://www.fcbarcelona.com/football/first-team/staff/players/messi। আহৰণ কৰা হৈছে: 6 January 2012. 
  2. "Del Potro: Messi's the best player in the world". Marca.com. http://www.marca.com/2013/05/28/en/football/barcelona/1369765243.html। আহৰণ কৰা হৈছে: 15 September 2013. 
  3. "Simunic: Messi’s the best of all time". FIFA. http://www.fifa.com/worldcup/preliminaries/news/newsid=1967479/?intcmp=fifacom_hp_module_interview। আহৰণ কৰা হৈছে: 12 December 2012. 
  4. Smith, Ben. "Lionel Messi: Goals record caps golden year for Barcelona star". BBC Sport. http://www.bbc.co.uk/sport/0/football/20592977। আহৰণ কৰা হৈছে: 12 December 2012. 
  5. "Lionel Messi hailed as 'incredible' and 'gigantic' by Gerd Muller after Barcelona star breaks record for most goals". প্ৰকাশক London: Telegraph Sport. 10 December 2012. http://www.telegraph.co.uk/sport/football/players/lionel-messi/9734839/Lionel-Messi-hailed-as-incredible-and-gigantic-by-Gerd-Muller-after-Barcelona-star-breaks-record-for-most-goals.html। আহৰণ কৰা হৈছে: 12 December 2012. 
  6. "Arsène Wenger hails Barcelona's Lionel Messi after four-goal display". The Guardian (London). 7 April 2010. http://www.guardian.co.uk/football/2010/apr/07/barcelona-arsenal-lionel-messi। আহৰণ কৰা হৈছে: 12 December 2012. 
  7. "David Beckham: Lionel Messi is the best". ESPN. http://espnfc.com/news/story/_/id/1410228/david-beckham:-cristiano-ronaldo-is-not-at-lionel-messi's-level। আহৰণ কৰা হৈছে: 12 April 2013. 
  8. "Maradona proclaims Messi as his successor". China Daily. Reuters. 25 February 2006. http://www.chinadaily.com.cn/english/doc/2006-02/25/content_523966.htm। আহৰণ কৰা হৈছে: 8 October 2006. 
  9. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Lionel_Messi_Match_History_Statistics নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. "Messi: Lionel Andrés Messi Cuccittini: 2003–04". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2003-04। আহৰণ কৰা হৈছে: 28 December 2013. 
  11. 11.0 11.1 "Messi: Lionel Andrés Messi Cuccittini: 2004–05". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2004-05। আহৰণ কৰা হৈছে: 28 December 2013. 
  12. "Messi: Lionel Andrés Messi Cuccittini: 2005–06". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2005-06। আহৰণ কৰা হৈছে: 28 December 2013. 
  13. "Messi: Lionel Andrés Messi Cuccittini: 2006–07". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2006-07। আহৰণ কৰা হৈছে: 28 December 2013. 
  14. "Messi: Lionel Andrés Messi Cuccittini: 2007–08". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2007-08। আহৰণ কৰা হৈছে: 28 December 2013. 
  15. "Messi: Lionel Andrés Messi Cuccittini: 2008–09". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2008-09। আহৰণ কৰা হৈছে: 28 December 2013. 
  16. "Messi: Lionel Andrés Messi Cuccittini: 2009–10". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2009-10। আহৰণ কৰা হৈছে: 28 December 2013. 
  17. "Messi: Lionel Andrés Messi Cuccittini: 2010–11". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2010-11। আহৰণ কৰা হৈছে: 28 December 2013. 
  18. "Messi: Lionel Andrés Messi Cuccittini: 2011–12". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2011-12। আহৰণ কৰা হৈছে: 28 December 2013. 
  19. "Messi: Lionel Andrés Messi Cuccittini: 2012–13". BDFutbol. http://www.bdfutbol.com/en/p/j1753.html?temp=2012-13। আহৰণ কৰা হৈছে: 28 December 2013. 
  20. "L. Messi". Soccerway. http://uk.soccerway.com/players/lionel-andres-messi/119/। আহৰণ কৰা হৈছে: 28 December 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "lower-alpha" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="lower-alpha"/> টেগ্‌ পোৱা নগ'ল