লিট্‌ল ৰে'ড ফ্লাৱাৰ্ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিট্‌ল ৰেড ফ্লাৱাৰ্চ
পৰিচালক ঝাং য়ুৱান
ৰচনা নিং ডাই
ঝাং য়ুৱান
ৱাং চুঅ'(উপন্যাস)
প্ৰযোজক লি ব' ৱেন
এলেন ছেন
ঝাং য়ুৱান
মাৰ্ক' মুৱেলাৰ
ৱাং চুঅ'
অভিনয়ত ডং ব' ৱেন
ঝাঅ' ৰুই
লি ঝিয়াঅ' ফেং
ছেন লি
চিত্ৰগ্ৰহণকাৰী য়াং টাঅ'
সম্পাদনা জেক'প' ক্বাড্ৰী
সংগীত পৰিচালক কাৰ্ল' ক্ললিভেৰি
পৰিবেশক ফৰ্টিচিম' ফিল্ম্স
মুক্তি
১৫ ফেব্ৰুৱাৰী ২০০৬ (2006-02-15) (বাৰ্লিন)
দৈৰ্ঘ্য
৯১ মিনিট
দেশ চীন
ভাষা চীনা মাণ্ডাৰিন

লিট্‌ল ৰেড ফ্লাৱাৰ্চ (চীনা ভাষাত: 看上去很美) অৰ্থাৎ 'সৰু ৰঙা ফুল' এখন ২০০৬ চনৰ চীনা চলচ্চিত্ৰ। এই ছবিখন ঝাং য়ুৱানৰ দ্বাৰা পৰিচালিত।[1] ছবিখনৰ প্ৰযোজক চীনবেইজিং চেঞ্চুৰি গুড-টাইডিংচ কাল্‌চাৰেল ডেভেলপমেণ্ট কোম্পানী লিমিটেড আৰু ইটালীডাইন্‌টাউন পিক্‌চাৰ্চ। ডাচ্ছ কোম্পানী ফৰ্টিচিম' ফিল্মচেএই ছবিৰ বিশ্ব পৰিবেশক।

ছবিখন লেখক ৱাং চুঅ'উপন্যাস কান্ চাং চু হেন মেই বা 'সুন্দৰ হ'ব পাৰে'ৰ দ্বাৰা অনুপ্ৰাণিত।[2] এটি চাৰি বছৰীয়া ল'ৰা, ফাং চিয়াং চিয়াং আৱাসিক শিশু বিদ্যালয়লৈ যায়। সু-ব্যৱহাৰৰ বাবে পুৰস্কাৰ ৰূপে দিয়া ৰঙা ফুল নাপাই সি দুঃখিত হয়।

অভিনেতা[3][সম্পাদনা কৰক]

তথ্য  সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক  সংযোগ[সম্পাদনা কৰক]