লীলাধৰ কটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লীলাধৰ কটকী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ অসমনগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২, ১৯৬৭ আৰু ১৯৭১ চনত ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কটকী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য। [1][2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Lok Sabha Members Bioprofile Liladhar Kotoki". Parliament of India. http://164.100.47.132/LssNew/biodata_1_12/1222.htm। আহৰণ কৰা হৈছে: March 22, 2013. 
  2. "Members-Assam". Parliament of India. http://parliamentofindia.nic.in/ls/lok05/state/05lsas.htm। আহৰণ কৰা হৈছে: March 22, 2013.