শনি গ্ৰহ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| শণি |
||||
|---|---|---|---|---|
ভয়েজাৰ ২ ৰ পৰা দেখা শণিগ্ৰহ |
||||
| কক্ষীয় বৈশিষ্ট্যসমূহ | ||||
| ইপক জে২০০০ | ||||
| অপসূৰ দূৰত্ব: | ১,৫০৩,৯৮৩,৪৪৯ কিমি ১০.০৫৩ ৫০৮ ৪০ এইউU ৯৩৪,৫৩৪,২৩১ মাইল |
|||
| অনুসূৰ দূৰত্ব: | ১,৩৪৯,৪৬৭,৩৭৫ কিমি ৯.০২০ ৬৩২ ২৪ কিমি ৮৩৮,৫২২,১৬৩ মাইল |
|||
| অৰ্ধ-মুখ্য অক্ষ: | ১,৪২৬,৭২৫,৪১৩ কিমি ৯.৫৩৭ ০৭০ ৩২ কিমি ৮৮৬,৫২৮,১৯৬ miles |
|||
| কক্ষীয় পৰিধি: | ৮.৯৫৮ টেৰামি ৫৯.৮৭৯ কিমি |
|||
| কক্ষীয় উৎকেন্দ্ৰিকতা: | ০.০৫৪ ১৫০ ৬০ | |||
| নাক্ষত্ৰিক পৰ্য্যায়: | ১০,৭৫৬.১৯৯৫ দিন (২৯.৪৬ yr) |
|||
| যুতিকাল: | ৩৭৮.১০ দিন | |||
| গড় কক্ষীয় দ্ৰুতি: | ৯.৬৩৯ কিমি/ছে | |||
| সৰ্বোচ্চ কক্ষীয় দ্ৰুতি: | ১০.১৮৩ কিমি/ছে | |||
| সৰ্বনিম্ন কক্ষীয় দ্ৰুতি: | ৯.১৩৭ কিমি/ছে | |||
| নতি: | ২.৪৮৪ ৪৬° (সূৰ্য অক্ষ্যাংশৰ পৰা ৫.৫১°) |
|||
| উদ্বিন্দুৰ দ্ৰাঘিমা: | ১১৩.৭১৫৩২৮১১ ০৪° | |||
| অনুসূৰ কোণ: | ৩৩৮.৭১৬ ৯০° | |||
| উপগ্ৰহসমূহ: | ৬১[1] | |||
| ভৌত বৈশিষ্ট্যসমূহ | ||||
| বিষুৱীয় ব্যাসাৰ্ধ্য: | ৬০,২৬৮ কিমি [2] (৪.৭২৫ Earths) |
|||
| মেৰু ব্যাসাৰ্ধ্য: | ৫৪,৩৬৪ কিমি (৪.২৭৬ পৃথিৱী) |
|||
| কমলাকৃতি: | ০.০৯৭ ৯৬ | |||
| পৃষ্ঠতলৰ ক্ষেত্ৰফল: | ৪.২৭×১০১০ কিমি² (৮৩.৭০৩ পৃথিৱী) |
|||
| আয়তন: | ৮.২৭×১০১৪ কিমি³ (৭৬৩.৫৯ পৃথিৱী) |
|||
| ভৰ: | ৫.৬৮৪৬×১০২৬ kg (৯৫.১৬২ পৃথিৱী) |
|||
| গড় ঘনত্ব: | ০.৬৮৭৩ g/cm³ (পানীৰ ঘনত্বতকৈ কম) |
|||
| বিষুবীয় পৃষ্ঠৰ অভিকৰ্ষ: | ৮.৯৬ মি/ছে২ (০.৯১৪ জি) |
|||
| মুক্তি বেগ: | ৩৫.৪৯ কিমি/ছে | |||
| নাক্ষত্ৰিক ঘূৰ্ণনকাল: | ০.৪৪৯ ৩৭৫ day (১০ h ৪৭ min ৬ s) [3] |
|||
| বিষুবীয় অঞ্চলত ঘূৰ্ণন বেগ: | ৯.৮৭ কিমি/ছে = ৩৫,৫০০ কিমি/h (at the equator) |
|||
| এক্সিয়েল টিল্ট: | ২৬.৭৩° | |||
| উত্তৰ মেৰুৰ বিষুবাংশ: | ৪০.৫৯° (২ ঘণ্টা ৪২ মি ২১ ছে) | |||
| বিষুবলম্ব: | ৮৩.৫৪° | |||
| প্ৰতিফলন অনুপাত: | ০.৪৭ | |||
| পৃষ্ঠৰ তাপমাত্ৰা: |
|
|||
| বিশেষণসমূহ: | Saturnian | |||
| বায়ুমণ্ডল | ||||
| পৃষ্ঠৰ চাপ: | ১৪০ কিলোপাস্কেল | |||
| গাঠনিক উপাদান: | >৯৩% হাইড্ৰজেন >৫% হিলিয়াম ০.২% মিথেন ০.১% জলীয় বাষ্প ০.০১% এমনিয়া ০.০০০৫% ইথেন ০.০০০১% ফছফিন |
|||
শনিগ্ৰহ সৌৰজগতৰ ৬ষ্ঠ তম গ্ৰহ। বৃহস্পতি গ্ৰহৰ পিছত এইটো গ্ৰহটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ।
উপগ্ৰহ [সম্পাদনা কৰক]
শনি গ্ৰহৰ ৬২টা উপগ্ৰহ আছে। তাৰে ভিতৰৰ ৫৩টাৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছে। টাইটান উপগ্ৰহটো সবাতোকৈ বৃহৎ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে তুলনা কৰিলে ইয়াৰ ব্যাস প্ৰায় ১৪৮% ডাঙৰ। তলত উপগ্ৰহসমূহৰ নাম উল্লেখ কৰা হ’ল-
- পেন (Pan)
- ড্যাফনিছ (Daphnis)
- এটলাছ (Atlas)
- প্ৰমিথিউছ (Prometheus)
- পাণ্ডৰা (Pandora)
- এপিমেথিউছ (Epimetheus)
- জেনাছ (Janus)
- এগিয়ন (Aegaeon)
- মাইমাছ (Mimas)
- মেথোন (Methone)
- এন্থে (Anthe)
- পেলেন (Pallene)
- এনচেলাডাছ (Enceladus)
- টেথিছ (Tethys)
- টেলেস্টো (Telesto)
- কেলিপ্সো (Calypso)
- ডাইয়ন (Dione)
- হেলেন (Helene)
- পলিডিউচেছ (Polydeuces)
- ৰিয়া (Rhea)
- টাইটান (Titan)
- হাইপেৰিয়ন (Hyperion)
- আইয়াপেটাছ (Iapetus)
- কিভিউক (Kiviuq)
- ইজিৰাক (Ijiraq)
- ফোৱ (Pheobe)
- পালিআক (Paaliaq)
- স্কাথি (Skathi)
- এলবাইয়োৰিক্স (Albiorix)
- এস/২০০৭ এস ২ (S/2007 S 2)
- বেভিওন (Bebhionn)
- এৰিয়াপাছ (Erriapus)
- স্কল (Skoll)
- ছিয়াৰনাক (Siarnaq)
- তাৰ্কেক (Tarqeq)
- এস/২০০৪ এস ১৩ (S/2004 S 13)
- গ্ৰেয়িপ (Greip)
- হাইৰোক্কিন (Hyrrokkin)
- জাৰনছাক্সা (Jarnsaxa)
- তাৰভছ (Tarvos)
- মানডিলফাৰি (Mundilfari)
- এস/২০০৬ এস ১ (S/2006 S 1)
- এস/২০০৪ এস ১৭ (S/2004 S 17)
- বাৰ্গেলমিৰ (Bergelmir)
- নাৰ্ভি (Narvi)
- এস/২০০৪ এস ১২ (S/2004 S 12)
- ফাৰবাউটি (Farbauti)
- থ্ৰাইমৰ (Thrymr)
- এজিৰ (Aegir)
- এস/২০০৭ এস ৩ (S/2007 S 3)
- বেস্টলা (Bestla)
- এস/২০০৪ এস ৭ (S/2004 S 7)
- এস/২০০৬ এস ৩ (S/2006 S 3)
- ফেনৰিৰ (Fenrir)
- সুৰতুৰ (Surtur)
- কাৰি (Kari)
- ইমিৰ (Ymir)
- লোগে (Loge)
- ফোৰ্নজোট (Fornjot)
তথ্যসূত্ৰ [সম্পাদনা কৰক]
|
|
||||||
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা |
||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||