শান্তনু ভাগ্যৰাজ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| শান্তনু ভাগ্যৰাজ | |
|---|---|
শান্তনু ভাগ্যৰাজৰ প্ৰতিকৃতি |
|
| জন্ম | ২৪ আগষ্ট, ১৯৮৬ চেন্নাই, তামিল নাডু, ভাৰত |
| পেচা | চলচিত্ৰ অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৮ - বৰ্তমানলৈ |
শান্তনু ভাগ্যৰাজ (তামিল: சாந்தனு பாக்யராஜ்; ইংৰাজী: Shanthnoo Bhagyaraj) হৈছে এজন উদীয়মান তামিল চলচিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত৷ এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচিত্ৰ পৰিচালক আৰু অভিনেতা।
[সম্পাদনা কৰক] ফিল্মোগ্ৰাফী
| বৰ্ষ | ছবি | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ১৯৯৮ | ভেট্টিয়া মদিছু কট্টু | সনু | তামিল | শিশু শিল্পী |
| ২০০৮ | সক্কৰকট্টি | যুবৰাজ | তামিল | বিজেতা, ফ্লিমফেয়াৰ দাক্ষিণাত্য শ্ৰেষ্ঠ নবাগত বিজেতা, বিজয় বঁটা শ্ৰেষ্ঠ নবাগত বিজেতা, আই টি এফ এ নতুন অভিনেতা বঁটা |
| ২০০৯ | এঞ্জেল জ'ন | মাৰাডোনা | মালায়লম | |
| ২০১০ | আইৰম ভিলক্কু | তামিল | ||
| সাৰে নী ইস্তম | তেলেগু | |||
| সিদ্ধু + ২ ফাৰ্ষ্ট এটেম্ট | তামিল | |||
| ২০১১ | সুভৰিল্লঠ চিঠিৰং | তামিল | ||
| কন্দেইন | তামিল |