শূন্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শূণ্য বা (zero; pron.: /ˈzr/ zeer-oh) এটা অংক যিটো হিচাপ নিকাচৰ ক্ষেত্ৰত সকলো স্থানীয় মান পদ্ধতিত এক অপৰিহাৰ্য প্ৰতীক। [1] ইয়াৰ বাহিৰে ই এটা সংখ্যাও হয়। দুয়োটা ৰূপতে গণিতত ইয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। শূন্য এটা সংস্কৃত শব্দ৷ইয়াৰ প্ৰখম ব্যৱহাৰ ভাৰতীয় গণিতজ্ঞ সকলে কৰিছিল৷


২য় শতিকাত শূণ্য বুজাবলৈ ব্যৱহাৰ কৰা প্ৰাচীন গ্ৰীক চিহ্ন (সোঁফালে তলৰ চুকত)


লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Russel, Bertrand (1942). Principles of mathematics (2 সম্পাদনা). Forgotten Books. পৃষ্ঠা. 125. ISBN 1-440-05416-9. http://books.google.com/books?id=63ooitcP2osC. , Chapter 14, page 125
  • Barrow, John D. (2001) The Book of Nothing, Vintage. ISBN 0-09-928845-1.
  • Diehl, Richard A. (2004) The Olmecs: America's First Civilization, Thames & Hudson, London.
  • Ifrah, Georges (2000) The Universal History of Numbers: From Prehistory to the Invention of the Computer, Wiley. ISBN 0-471-39340-1.
  • Kaplan, Robert (2000) The Nothing That Is: A Natural History of Zero, Oxford: Oxford University Press.
  • Seife, Charles (2000) Zero: The Biography of a Dangerous Idea, Penguin USA (Paper). ISBN 0-14-029647-6.
  • Bourbaki, Nicolas (1998). Elements of the History of Mathematics. Berlin, Heidelberg, and New York: Springer-Verlag. ISBN 3-540-64767-8.
  • Isaac Asimov (1978). Article "Nothing Counts" in Asimov on Numbers. Pocket Books.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]