শ্রেণী:জীৱনী
Wikipedia -ৰ পৰা
কোনো ব্যক্তিৰ জীৱন বৃত্তান্ত ৰচনা, কিতাপ বা অন্য কোনো মাধ্যমৰ দ্বাৰা হোৱা প্রকাশ হ’ল ব্যক্তিজনৰ জীৱনী । জীৱনী জীৱন কালত সংঘটিত হোৱা ভিন ভিন ঘাটনাৰ তালিকা নহয়, ই সেই ঘটনাবোৰৰ অভিজ্ঞতাৰ ৰূপৰেখা । জীৱনী হ’ল ব্যক্তিজনৰ জীৱনৰ বিভিন্ন পটৰ আভাষ, অভিজ্ঞতাৰ সবিশেষ বর্ণনা আৰু ব্যক্তিত্বৰ বিশ্লেষণ ।
"জীৱনী" সম্বন্ধে লিখা নিবন্ধসমুহ
এই শ্রেণীটোত তলৰ ২১ টা লিখনী আছে, মুঠ লিখনী ২১ টা।
অআকচ |
জডপবভম |
লশহৰ |