শ্রেণী:সাহিত্য
Wikipedia -ৰ পৰা
সমাজ জীৱনৰ প্রকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্রকাশ কৰা হয় সেয়ে সাহিত্য । ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে । সাহিত্যৰ লগত ভাষাৰ সম্পর্ক ওতঃপ্রত , দুয়ো দুয়োৰে পৰিপুৰক । সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ । সমাজত বর্তি থকা আবেগ-অনুভূতি, বিদ্রোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্রতিফলিত কৰা হয় । সামাজিক জনজীৱনৰ প্রতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্রকাশ কৰিব পাৰি । সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে । সাহিত্য চর্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্রত্যক্ষভাৱে সহায় কৰে ।
[সম্পাদন কৰক] অসমীয়া সাহিত্য
"সাহিত্য" সম্বন্ধে লিখা নিবন্ধসমুহ
এই শ্রেণীটোত তলৰ ৩ টা লিখনী আছে, মুঠ লিখনী ৩ টা।