শ্ৰীমন্ত শংকৰদেৱ বঁটা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
|
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্রয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই বা য'তে প্রয়োজন দেখে {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্রবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্রত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । |
অসম চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'শ্ৰীমন্ত শংকৰদেৱ বঁটা' আগবঢ়াই আহিছে৷ এই বঁটাৰ মূল্য তিনি লাখ টকা আৰু এটা সোণৰ পদক৷
[সম্পাদনা কৰক] শংকৰদেৱ বঁটা বিজয়ীসকল
| এই প্ৰবন্ধ ৰ ম্যাদ উকলি গৈছে। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা নতুবা সাম্প্ৰতিক তথ্য সংযুক্ত কৰি প্ৰবন্ধ উন্নত কৰক। |
| ক্ৰমিক নং | চন | ব্যক্তিৰ নাম |
|---|---|---|
| ১ | ১৯৮৬ | কীৰ্তিনাথ হাজৰিকা |
| ২ | ১৯৮৭ | ভূপেন হাজৰিকা |
| ৩ | ১৯৮৮ | সত্যজিত ৰায় |
| ৪ | ১৯৮৯ | মহেশ্বৰ নেওগ |
| ৫ | ১৯৯০ | কপিল বাৎসায়ন |
| ৬ | ১৯৯১ | সত্যেন্দ্ৰনাথ শৰ্মা |
| ৭ | ১৯৯২ | ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ |
| ৮ | ১৯৯৩ | সত্যপ্ৰসাদ বৰুৱা আৰু গাংগুৱাই হাংগল |
| ৯ | ১৯৯৪ | মহেন্দ্ৰ বৰা |
| ১০ | ১৯৯৫ | চৈয়দ আব্দুল মালিক |
| ১১ | ১৯৯৬ | ভবেশ চন্দ্ৰ সান্যাল |
| ১২ | ১৯৯৭ | কেলুচৰণ মহাপাত্ৰ |
| ১৩ | ১৯৯৮ | ড: ভবেন্দ্ৰ নাথ শইকীয়া |
| ১৪ | ১৯৯৯ | আমজাদ আলী খান |
| ১৫ | ২০০০ | সোনাৰাম চুতীয়া |
| ১৬ | ২০০১ | আচাৰ্য ইলাৰাম দাস |
| ১৭ | ২০০২ | ইন্দিৰা মিৰি |
| ১৮ | ২০০৩ | হবিব তনবীৰ |
| ১৯ | ২০০৪ | নাৰায়ণ দেৱ গোস্বামী আৰু পাৰবীন চুলতানা |
| ২০ | ২০০৫ | বি. জি. ভাৰ্গিজ |
| ২১ | ২০০৬ | কেশৱানন্দ দেৱগোস্বামী |
| ২২ | ২০০৭ | হোমেন বৰগোহাঞি |
| ২৩ | ২০০৮ | শৰ্মিলা ঠাকুৰ |