শ্ৰেণী:কৃষি বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৃষিৰ বিজ্ঞানসন্মত অধ্যয়ণ তথা গৱেষণা বিদ্যাৰ সুঁতিটোক কৃষি বিজ্ঞান বোলা হয়। কৃষি হ'ল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱ-জন্তু, পক্ষী, উদ্ভিদ তথা অন্যান্য জীৱ ভিত্তিক খাদ্য নাইবা পণ্যৰ উৎপাদন প্ৰণালী। ইয়াক খেতি বুলিও কোৱা হয়। কৃষি আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন বন্য জীৱ প্ৰজাতিৰ ঘৰচীয়াকৰণ আৰু খেতিয়ে সৃষ্টি কৰা খাদ্য-শস্য-পণ্যৰ ৰাহিয়ে সভ্যতাৰ বিকাশত সাৰপানী দিছিল।

উপশ্ৰেণীসমূহ

এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 1টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত এটা উপশ্ৰেণী আছে।

"কৃষি বিজ্ঞান" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মুঠ 8 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 8 টা পৃষ্ঠা আছে।