শ্ৰেণী:ফিফা বিশ্বকাপ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই শ্ৰেণীৰ প্ৰধান প্ৰবন্ধ হৈছে ফিফা বিশ্বকাপ
ফিফা বিশ্বকাপ বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা(Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা খন অনুষ্ঠিত হৈ আহিছে।
| ৱিকিমিডিয়া কমন্সত ‘ফিফা বিশ্বকাপ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
"ফিফা বিশ্বকাপ" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ
এই শ্ৰেণীটোত কেৱল তলত দিয়া পৃষ্ঠাহে আছে । মুঠ 5 খনৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 5 খন পৃষ্ঠা আছে।