শ্ৰেণী বাৰ্তা:প্ৰধান শ্ৰেণী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাজনীতি বিজ্ঞানতে "আইন" নুসুমাব জানো? গীতাৰ্থ বৰদলৈ 20:02, 19 ফেব্ৰুৱাৰী 2012 (UTC)

সমাজ বিজ্ঞানত সোমাব লাগে| দুখনমান ৱিকি চাই কৈছো দেই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:10, 19 ফেব্ৰুৱাৰী 2012 (UTC)

শূন্য শ্ৰেণী[সম্পাদনা কৰক]

শূন্য শ্ৰেণীকেইটা বৰ্তমান প্ৰধান শ্ৰেণীৰ পৰা আতৰাই ৰাখি থ’লে দেখিব ভাল হয়| নৃতত্ব, আৰু পুৰাতত্বকেইটা সেয়ে প্ৰধান শ্ৰেণীৰ পৰা আতৰাই থওঁ| পিছত প্ৰবন্ধ যোগ কৰিলে দেখা যাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:17, 19 ফেব্ৰুৱাৰী 2012 (UTC)