সত্যেন্দ্ৰনাথ শৰ্মা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| সত্যেন্দ্ৰনাথ শৰ্মা | |
|---|---|
![]() |
|
| জন্ম | ১০ চেপ্তেম্বৰ, ১৯১৭ |
| মৃত্যু | ১১ আগষ্ট, ১৯৯৯ |
| পেচা | সহিত্যিক, শিক্ষাবিদ, বুৰঞ্জীবিদ |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
সত্যেন্দ্ৰনাথ শৰ্মা (১০ চেপ্তেম্বৰ,১৯১৭-১১ আগষ্ট, ১৯৯৯) অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গৱেষক, সমালোচক আৰু বুৰঞ্জীবিদ। তেখেতে অসম সাহিত্য সভাৰ ১৯৭৫ চনৰ তিতাবৰ অধিবেশনত সভাপতিত্ব কৰিছিল। অসমীয়া নাট, কাব্যসাহিত্য আৰু উপন্যাসৰ মূল্যাঙ্কনত তেখেতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে [1]।
[সম্পাদনা কৰক] সাহিত্যকৃতি[2]
- অসমীয়া সাহিত্যৰ ইতিবৃত্ত
- অসমীয়া নাট্য সাহিত্য (১৯৬২)
- বাণী দীপ
- সাহিত্যৰ আভাস
- অসমীয়া উপন্যাসৰ ভূমিকা (১৯৬৫)
- অসমীয়া উপন্যাসৰ গতিধাৰা (১৯৭৬)
- শ্ৰীশ্ৰী শঙ্কৰদেৱ-মাধৱদেৱৰ বাণী (১৯৮৭)
- হেমচন্দ্ৰ গোস্বামী (১৯৯৪)
- অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
- ৰামায়ণৰ ইতিবৃত্ত
- The Neo-Vaisnative Movement and the Satra Institution of Assam
- A socio-economic & cultural history of medieval Assam, 1200 A.D.-1800 A.D. (১৯৮৯)
- Education and Learning in Early Assam
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ [1]Modern Indian literature, an anthology, Volume 3 By K. M. George, Sāhitya Akādemī
- ↑ http://enajori.com/literature/authors/authorsS.html
