সদস্য:Gitartha.bordoloi/Archive 2

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মেচেজ লিখিছোঁ।[সম্পাদনা কৰক]

http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%BE:%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AB%E0%A6%BE%E0%A6%89%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%A8

প্রভাকৰ শৰ্মা নেওগ 16:05, 3 জানুৱাৰী 2012 (UTC)

Discussion at শ্ৰেণী বাৰ্তা:অসমৰ সুপ্ৰসিদ্ধ মানুহ[সম্পাদনা কৰক]

আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|শ্ৰেণী বাৰ্তা:অসমৰ সুপ্ৰসিদ্ধ মানুহ. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 12:44, 13 জানুৱাৰী 2012 (UTC)

Discussion at বাৰ্তা:ৱিকিস্পিচিজ[সম্পাদনা কৰক]

আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|বাৰ্তা:ৱিকিস্পিচিজ. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:09, 13 জানুৱাৰী 2012 (UTC)

Template:Pa icon[সম্পাদনা কৰক]

What did you change, that it is working now? I could not figure it out. চাইপাও 14:47, 15 জানুৱাৰী 2012 (UTC)

Which sub templates did you copy? I did copy the Language_icon and ISO _639_names, but that did not change anything. When I looked at your edit diff on Template:Pa_icon I see no change (encoding issue?) চাইপাও 14:56, 15 জানুৱাৰী 2012 (UTC)

Glossary[সম্পাদনা কৰক]

মানে কি ওলট-পালট। আগতে কি আছিল? চাইপাও 18:50, 18 জানুৱাৰী 2012 (UTC)

things seem to be badly broken. we have been trying to set this right, and we are getting more and more into other problems. i shall look around and see what the issues are. if you see other things amiss, could you please point them out? চাইপাও 19:27, 18 জানুৱাৰী 2012 (UTC)
Did the glossary page look something like this? চাইপাও 14:14, 23 জানুৱাৰী 2012 (UTC)

বেটুপাত[সম্পাদনা কৰক]

look at my talk page. চাইপাও 17:24, 20 জানুৱাৰী 2012 (UTC)

তুমি বাৰু গোগ'লত "খাওঁক" search কৰি চোৱাচোন। (খাওঁক, যাওঁক) চাইপাও 21:52, 20 জানুৱাৰী 2012 (UTC)
your bugs (except the glossary page) i have taken care of. please check. by the way, i feel the translations for "exact match" and "full text search" for the two buttons on the Main_page could be better and less ambiguous. suggestions? চাইপাও 18:56, 23 জানুৱাৰী 2012 (UTC)

Meetup/GAU1[সম্পাদনা কৰক]

গোহাৰি এখন লিখিব লাগিছিলে, আপুনি আলোচনা খিনি চাওকচোন । Jyoti Prakash Nath 11:42, 21 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1[সম্পাদনা কৰক]

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:48, 22 জানুৱাৰী 2012 (UTC)

ভোট[সম্পাদনা কৰক]


অম্লানৰ কৰ্মদক্ষতাত মোৰ বিশ্বাস আছে, মই তেওঁৰ কাম দেখিছো, কিন্তু আন কিছুমান খেলিমেলি দেখিছো এইকেদিন আমাৰ মাজত, কাম কৰাৰ আগ্ৰহবোৰ এনে বেমেজালিয়ে কমায় (মোৰেই কমিছে), আমি আমাৰ মাজৰ এনে সমস্যা বোৰ প্ৰথমে আঁতৰোৱা উচিত, নতুন এজন প্ৰশাসক নিয়োগ কৰাতকৈ, অম্লানৰ বিপক্ষে মোৰ এই ভোট নহয়, এইমূহুৰ্তত নতুন প্ৰশাসক হোৱাৰ বিপক্ষেহে | আমি কামবোৰ কৰিবৰ আৰম্ভ কৰিছোঁহে আমাৰ মাজত বিবাদ সোমালেইনে? (মোৰ স্পষ্টীকৰণেই এইয়া) অৱশ্যে এইয়া মোৰ চিন্তাহে|
দীপাংকৰ 11:24, 5 ফেব্ৰুৱাৰী 2012 (UTC)

চিত্ৰ:অসমীয়া_ৱিকিপিডিয়া.png[সম্পাদনা কৰক]

এইখনত "গন বিশ্বকোষ"ৰ জেগাত "মুক্ত বিশ্বকোষ" কৰিব পাৰিনে? চাইপাও 18:08, 13 ফেব্ৰুৱাৰী 2012 (UTC)


সম্বৰ্থনা[সম্পাদনা কৰক]

The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। প্রভাকৰ শৰ্মা নেওগ 02:30, 14 ফেব্ৰুৱাৰী 2012 (UTC)

শ্ৰেণী[সম্পাদনা কৰক]

উপায় নাই| অলপ খুচৰিব লাগিব‍ই কিয়নো লাহে লাহে অসমৰ বিখ্যাত মানুহবোৰৰ তালিকাখনো বাঢ়ি যাব| তেতিয়া আৰু খেলিমেলিহে লাগিব চাগে| অৱশ্যে তুলি বিচাৰা যদি সকলো তেনে প্ৰবন্ধত অসমৰ সুপ্ৰসিদ্ধ মানুহ বুলি কৰি দিব পাৰা|

ভাল বাৰু| তেনেদৰেই কৰা হওক তেন্তে|

বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:25, 16 ফেব্ৰুৱাৰী 2012 (UTC)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

তলৰ তথ্যসূত্ৰ দুটাৰ ফৰ্মেটৰ ভিতৰত এটা ঠিক কৰিব লাগিছিল৷ প্ৰথম কথা তোমাৰটোত ড: সত্যেন্দ্ৰনাথ শৰ্মা ৰঙা দেখা গৈছে৷ কাৰণ ৱিকিপিডিয়াত ড: সত্যেন্দ্ৰনাথ শৰ্মা বুলিহে আছে৷ দ্বিতীয়তে মই দিয়াটো সহজ যেন লাগিছে৷

তথ্যসূত্ৰ





Anjal Borah 10:54, 17 ফেব্ৰুৱাৰী 2012 (UTC)

ঠিক আছে বাৰু৷ তোমাৰ মতেই হ'ব৷ মোক সাঁচ (ইনফ'বক্স) কেনেকৈ তৈয়াৰ কৰে অলপ শিকাব লাগিছিল৷ বাকী কাৰিকৰী কামত মই বৰকৈ হাত নিদিও৷ কিন্তু সেইটো জানিব লাগিছিল৷ সময় পালে অলপ নিৰ্দেশনা দিবা৷

Anjal Borah 11:32, 17 ফেব্ৰুৱাৰী 2012 (UTC)

অনুবাদ[সম্পাদনা কৰক]

এই সাঁচটো পাৰিলে অনুবাদ কৰিবাচোন| মোৰ জীৱবিজ্ঞান বিষয়ত বিশেষ জ্ঞান নাই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:03, 17 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ, কৰিবা তেন্তে| অলপ স্মৃতি ৰোমন্থনো হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:27, 17 ফেব্ৰুৱাৰী 2012 (UTC)
বঢ়িয়া, এতিয়া পৃষ্ঠাকেইটা দেখাত ভাল হ’ব|

প্ৰতিশব্দ[সম্পাদনা কৰক]

মই জনামতে, Kingdom->ৰাজ্য, Phylum-> পৰ্ব, Class->শ্ৰেণী, Order-> বৰ্গ, Genus->গোত্ৰ হ'ব লাগে ৷ জলি বৰা 17:47, 17 ফেব্ৰুৱাৰী 2012 (UTC)

সাঁচ:Village pump[সম্পাদনা কৰক]

{{Village pump}} ৰ সুৰক্ষা স্তৰ এদিনৰ বাবে সলনি কৰা হৈছে। [edit=autoconfirmed] --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 17:50, 18 ফেব্ৰুৱাৰী 2012 (UTC)

Please try now. --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 19:38, 18 ফেব্ৰুৱাৰী 2012 (UTC)
{{Village pump}}ত cascading security apply হৈ আছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰাৰ বাবে। সেয়ে মই ৰাইজৰ চ'ৰাৰ সুৰক্ষা স্তৰ সলনি কৰিছিলোঁ। If it is not working for you, please make the changes in your Sandbox and I will later paste it on the Village pump template. --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 20:04, 18 ফেব্ৰুৱাৰী 2012 (UTC)

সাঁচ[সম্পাদনা কৰক]

কিছু বুজিলোঁ... ইতিমধ্যে অসমীয়া ৱিকিপৃষ্ঠাত নিৰ্মান হৈ থকা সাঁচ এটা মই কেনেকৈ বিচাৰি পাম? ক'ত বিচাৰি পাম?

Anjal Borah 05:50, 20 ফেব্ৰুৱাৰী 2012 (UTC)

সাঁচৰ শ্ৰেণী[সম্পাদনা কৰক]

সাঁচৰ শ্ৰেণীসমূহত সম্পাদনা কৰি থকা লগে লগে ইণ্টাৰৱিকিৰ লিংকসমূহো যিমান পাৰি লগাই যাবাচোন| শ্ৰেণীসমূহৰ ক্ষেত্ৰটো ৱিকিপিডিয়াৰ যথেষ্ঠ গুৰুত্ব আছে| আগতে বহু শ্ৰেণীতেই লিংকবোৰ দিয়া নাছিল| কিছুমানত ম‍ই দিছো| আৰু বহুতো বাকী আছে এতিয়াওঁ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:13, 20 ফেব্ৰুৱাৰী 2012 (UTC)

উপহাৰ[সম্পাদনা কৰক]

The Working Wikipedian's Barnstar
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

সাঁচ:Multiple image[সম্পাদনা কৰক]

Problem fixed. Please see বাৰ্তা:হেপাটাইটিছ বি. --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 12:52, 22 ফেব্ৰুৱাৰী 2012 (UTC)

প্ৰিয়ন[সম্পাদনা কৰক]

প্ৰিয়ন’ক পুনৰুদ্ধাৰ কৰিবলৈ তুমি কৰা প্ৰচেষ্টাৰ শলাগ লৈছো|

ভাল বাৰু, লাগা, নাই মোমাইতকৈ কনা মোমায়ে ভাল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:45, 22 ফেব্ৰুৱাৰী 2012 (UTC)

Wikipedia cleanup[সম্পাদনা কৰক]

Wikipedia cleanup ৰ অসমীয়াটো কি হব|

  • ৱিকিপিডিয়া নিকাকৰণ?
  • ৱিকিপিডিয়া চাফাই? (চাইপুদাৰ মতে)

বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:57, 24 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ| নিকাকৰণটোৱেই ৰাখি থওঁ তেন্তে| বিষ্ণু শ‍ইকীয়া বাৰ্তা

নিমন্ত্ৰণ[সম্পাদনা কৰক]

নমস্কাৰ, Gitartha.bordoloi.

আপোনাক ৱিকিপ্ৰকল্প নিকাকৰণলৈ, নিমন্ত্ৰন জনোৱা হৈছে
প্ৰকল্পটোত যোগদান কৰিবৰ বাবে মাত্ৰ আপোনাৰ নামটো অংশগ্ৰহনকাৰী সদস্যতালিকাত সংলগ্ন কৰক বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:05, 24 ফেব্ৰুৱাৰী 2012 (UTC)


বুৰঞ্জী[সম্পাদনা কৰক]

ঠিক আছে| কলিয়াবৰটো আগেয়ে লিখি শেষ কৰোঁ ৰবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:10, 26 ফেব্ৰুৱাৰী 2012 (UTC)

সহায়[সম্পাদনা কৰক]

দুয়োখন ৰখা অনুচিত| এখনকেই চম্ভালা টান হ’য়, আকৌ দুখন| চাই বুজি যিক্কোনো এখন ৰখা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:59, 27 ফেব্ৰুৱাৰী 2012 (UTC)

interwiki[সম্পাদনা কৰক]

হয়, এই সমস্যাটো থাকিলে বটে কাম নকৰিব| আনহাতে কিছুমান প্ৰবন্ধত ইণ্টাৰৱিকি দিব পৰাও নাযাব| যিবোৰত দিব পাৰি সেইবোৰ আমি অতি সোনকালে দিয়া প্ৰয়োজন| মই তোমাৰ লগত আছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:04, 28 ফেব্ৰুৱাৰী 2012 (UTC)

ভাল, ইমান দিনে বেচেৰাহত তেনেকৈয়ে আছিল| বাকীবোৰো কৰা লাহে লাহে| বিষ্ণু শ‍ইকীয়া বাৰ্তা

টেগ[সম্পাদনা কৰক]

পৰ্টেলৰ বাবে ৰখা হৈছিল| কিন্তু আমাৰ ইয়াত প্ৰবন্ধ আকাৰত থিতাপি লৈ আছিল| সেয়ে ডিলিট টেগ কৰিছোঁ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:54, 28 ফেব্ৰুৱাৰী 2012 (UTC)

অ’ হয় নেকি? ম‍ই নাজানিছিলো দিয়া| দেখুৱাই দিয়া বাবে ধন্যবাদ| বিষ্ণু শ‍ইকীয়া বাৰ্তা

Shortcut[সম্পাদনা কৰক]

সাঁচ বাৰ্তা:Shortcutৰ সম্পৰ্কীয় সমস্যটো অলপ ভালদৰে চাবাচোন| সমস্যা চলি আছে| তাতেই আলোচনা কৰিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:38, 28 ফেব্ৰুৱাৰী 2012 (UTC)

ঠিক কৈছা, ময়ো তাকেই ভাবি আছিলো| লগতে WP ৰ নামস্থানটোৱো WIKIPEDIA লৈ সলনি কৰিব লাগিব| তেতিয়া সম্ভৱ সাঁচ বাৰ্তা:Shortcutৰ সমস্যা আতৰ হৱ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:46, 28 ফেব্ৰুৱাৰী 2012 (UTC)

এইটো চোৱা

একেখন পৃষ্ঠালৈকে সূচালৈও ইংৰাজীখনত বা বাংলাখনত প্ৰকল্পপৃষ্ঠাৰ পৰা পুনৰ্নিদেশ কৰে কিন্তু অসমীয়াত প্ৰবন্ধৰ পৰা| সমস্যাটো তাতেই|
সমস্যা হ’ব যেন অনুমান কৰিছো| আগলৈ| কিয়নো এনেদৰে পূননিৰ্দেশিত প্ৰবন্ধৰ সংখ্যা বাঢ়ি গৈ থাকিব| আৰু ৱিকিপিডিয়াৰ কিছুমান পৃষ্ঠাত গণ্ডগোল আহিব| যেনে ধৰা WP:EXAMPLE বুলি যদি ম‍ই এটা পৃষ্ঠা তৈয়াৰ কৰো সেইটো এটা প্ৰবন্ধ হৈয়েই থাকি যাব| আৰু পাছত ৱিকিপ্ৰকল্পলৈ স্থানান্তৰ কৰিব লাগিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:24, 28 ফেব্ৰুৱাৰী 2012 (UTC)

ৰবাচোন, বাৰু সমস্যটোৰ গুৰিটো অলপ ধৰিব পাৰিছো| পাৰো যদি ঠিক কৰো| নোৱাৰিলে উপায় নাই আৰু|

ভুল[সম্পাদনা কৰক]

মোৰ আলোচনা পৃষ্ঠাৰ শ্রীমান বিষ্ণুৱে লিখা উক্ত বিষয়টো পঢ়ি মতামত দিবাঁ। ময়ো ভাবোঁ, বিষয়টোত আলোচনাৰ প্রয়োজন। প্রভাকৰ শৰ্মা নেওগ (talk) 01:50, 1 মাৰ্চ 2012 (UTC)

ৱিকিপিডিয়াৰ প্ৰতিৰক্ষা পদক[সম্পাদনা কৰক]


ৱিকিপিডিয়াৰ প্ৰতিৰক্ষা পদক
অসমীয়া ৱিকিপিডিয়াৰ সৈতে একনিষ্ঠ ভৱে জঢ়িত হৈ থাকি ইয়াত চলি থকা সৰু বৰ অলেখ ক্ৰুতি আতৰাই তুমি অসমীয়া ৱিকিপিডিয়াক নিকা কৰি ৰখাৰ বাবে এই পদকটোৰে তোমাক কৃতজ্ঞতা জ্ঞাপন কৰিলো, আশাকৰো আগলৈকো এনে সহায় পাই থাকিম বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:18, 4 মাৰ্চ 2012 (UTC)

Aliases[সম্পাদনা কৰক]

কামোৰ হ’লেও যিটো ভুল সেইটো সোনকালেই আতৰোৱা উচিত| এটা সমস্যা আঁতৰ হ’ল| আৰু গোটেইবোৰ পৃষ্ঠা কৰিব নালাগে| আগেয়ে লিখা WP: বোৰ নিজেই ঠিক হ’ল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:48, 5 মাৰ্চ 2012 (UTC)

sandbox[সম্পাদনা কৰক]

এই সাঁচটো যিজনৰ সদস্য পৃষ্ঠাত থাকে তেওঁৰ নামতহে খোল খাব| উদাহৰণ মোৰ পৰীক্ষাগাৰ {{My sandbox}} আৰু তোমাৰ পৰীক্ষাগাৰো {{My sandbox}}| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:57, 7 মাৰ্চ 2012 (UTC)

বঁটা আৰু পুৰস্কাৰ[সম্পাদনা কৰক]

দুয়োটা সমাৰ্থক যেনেই অনুমান কৰো| সুবিধাৰ বাবে কৰবাত বঁটা আন কৰবাত পুৰস্কাৰ বুলি দিয়া হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:19, 9 মাৰ্চ 2012 (UTC)

ঠিকেই কৈছা| ৱিকিপিডিয়া গোটত এবাৰ কথাটো উলিয়াই ফাইনেল কৰি থওঁ ৰবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:42, 9 মাৰ্চ 2012 (UTC)
এতিয়া, সেই শ্ৰেণীটো একমাত্ৰ শ্ৰেণী:পুৰস্কাৰলৈ সলনি কৰি দিম| বিষ্ণু শ‍ইকীয়া বাৰ্তা
হ’ব বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:01, 11 মাৰ্চ 2012 (UTC)

ধন্যবাদ|

ৰবা| পাহৰিয়েই যাওঁহে| ধন্যবাদ|

চ’ৰা[সম্পাদনা কৰক]

তোমাৰ কথাখিনি মনপূত হৈছে| আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হোৱাৰ সময় এয়া| বাকীসকল সদস্যৰ সৈতে আলোচনা কৰিব লাগিব| প্ৰস্তাৱটো তুমিয়েই দিয়াচোন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:05, 16 মাৰ্চ 2012 (UTC)

অনামিকা বৰুৱা[সম্পাদনা কৰক]

অনামিকা বৰুৱা নতুন সদস্য, ফেচবুকত আমি কথা বতৰা হৈ থাকো| তেখেতে নিজেই অসমীয়া ৱিকিত লিখিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে| কিন্তু প্ৰবন্ধসমূহ হুবহু তুলি দিয়াৰ বাবে অলপ অসুবিধা হৈছে| ম‍ই এই বিষয়ে বাৰ্তা দিছো| তুমিও পাৰিলে তেখেতক অলপ সহায় কৰিবা| ৰামানুজন প্ৰবন্ধটো কাট কুট কৰি দৰকাৰীখিনি ৰাখিব পৰা যাব| নতুন বাবে ম‍ই তেখেতক ৱিকিপিডিয়াৰ লিখনশৈলী সম্পৰ্কে বৰ বিশেষ জোৰ দিয়া নাই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:11, 17 মাৰ্চ 2012 (UTC)

সমস্যা[সম্পাদনা কৰক]

লিখিছো| বাঘটো ভালকৈ চাবা| লগতে কি সমস্যা পাইছা কবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:05, 17 মাৰ্চ 2012 (UTC)

ট্ৰান্সলেটৱিকি[সম্পাদনা কৰক]

এই বিষয়ে কাইলৈ ম‍ই অলপ চাম ৰ’বা, পিছত তোমাক জনাম, আজি অলপ সময়ৰ অভাৱ হৈছে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:35, 17 মাৰ্চ 2012 (UTC)

ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অসম[সম্পাদনা কৰক]

এই প্ৰকল্পটোত অলপ হাত ফুৰাবা| কিবা সংশোধন কৰিব লগা থাকিলে কৰি দিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 21:00, 17 মাৰ্চ 2012 (UTC)

উত্তৰ: মেডিয়াৱিকি[সম্পাদনা কৰক]

লাভালাভ অলপ হ’ল| চালে চকুত পৰিব| "If you do not want your writing to be edited and redistributed at will, then do not submit it here. If you did not write this yourself, it must be available under terms consistent with the Terms of Use, and you agree to follow any relevant licensing requirement." এইখিনি শুধৰাব পৰা নাই| ট্ৰান্সলেটৱিকত আছে যেন অনুমান হৈছে| চাইপাওদা কেনি গ’ল জানো? মোৰো কিছু দৰকাৰী কাম আছিল তেওঁৰ লগত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:09, 22 মাৰ্চ 2012 (UTC)

ধন্যবাদ[সম্পাদনা কৰক]

অনুবাদটো কৰি দিয়া বাবে ভাল লাগিল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 09:33, 25 মাৰ্চ 2012 (UTC)

প্ৰুভ্‌ ইট্‌[সম্পাদনা কৰক]

চাম ৰ’বা| সেইটো ম‍ই লক্ষ্য কৰা নাই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 09:44, 25 মাৰ্চ 2012 (UTC)

মোৰো ভাল লাগিল| ম‍ই পৰীক্ষা কৰি চোৱা নাই এতিয়ালৈ| কিবা অসুবিধা পালে কবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:55, 25 মাৰ্চ 2012 (UTC)
হয় নেকি? কিন্তু আন আন ৱিকিবোৰটো ম‍ই তেনেকুৱাই দেখিছো| ইংৰাজীত সম্পাদনা কৰি চাবাচোন বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:25, 25 মাৰ্চ 2012 (UTC)