সদস্য:Gitartha.bordoloi/Archive 4

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰি-ডাইৰেক্ট সংক্ৰান্তত[সম্পাদনা কৰক]

সেইটো এটা অজ্ঞতাজনিত ভুল আছিল আৰু ভুলটো আজি ৰাতিপুৱাহে আবিষ্কাৰ কৰিলো। ইতিমধ্যে এনে ভুল একাধিকবাৰ কৰি থোৱা হৈছে। এজনে কষ্ট কৰি লিখিব আৰু ইতিহাসত নাম থাকিব আন এজনৰ; এইটো কোনোমতে উচিত কথা নহয়। বিশ্বাস কৰা নে নকৰা নাজানো, ভুলটো কেনেকৈ সংশোধন কৰিব পাৰি, সেই বিষয়ে তোমাক বা চাইপাও বৰুৱাক ব্যক্তিগত মেচেজ যোগে সুধিম বুলি ভাবিছিলো। পিছে ৰাতিপুৱা দৌৰাদৌৰি হ'ল বাবে সোধা নহ'ল। যি নহওক, কথাটো উনুকিয়াই দিয়া বাবে অশেষ ধন্যবাদ। পাৰিলে সেইখিনি ঠিক কৰি দিবা। ৱিকিৰ টেকনিকেল কথাবোৰ শিকিবলৈ মোৰ এতিয়াও বহু বাকী।

বাবুল বৈশ্য 12:04, 18 জানুৱাৰী 2013 (UTC)

ৱিকি প্ৰশাসক[সম্পাদনা কৰক]

গীতাৰ্থ দা, অস ৱিকি প্ৰশাসক হোৱাৰ বাবে অভিনন্দন....!!! কামৰ ক্ষেত্ৰটো আপোনাৰ লোড বাঢ়িব...! শুভেচ্ছা থাকিল... মাধৱ শইকীয়া >-- ->বাৰ্তা 17:01, 19 জানুৱাৰী 2013 (UTC)

চিত্ৰ[সম্পাদনা কৰক]

মোৰ তাত কিছুমান কিতাপৰ বেটুপাতৰ চিত্ৰ আছে...আপলোড কৰি থোৱা টো ভাল হ'বনে?আৰু আগতে আনে কিতাপৰ বিষয়ে লিখা প্ৰবন্ধত চিত্ৰ দি দিব পাৰিমনে? Nayanjyoti sarma (talk) 07:10, 30 জানুৱাৰী 2013 (UTC)

গুৱাহাটী পৃষ্ঠাখন[সম্পাদনা কৰক]

সদস্য:Gitartha.bordoloi/গুৱাহাটী পৃষ্ঠাখন প্ৰায় ৭৫ % মানেই অনুবাদ কৰা হৈছিল| পৃষ্ঠাখন মূল ঠাইতেই থাকিলে ভাল আছিল নেকি ? বিষ্ণু শইকীয়া 13:25, 1 ফেব্ৰুৱাৰী 2013 (UTC)

মোৰ মতেও গুৱাহাটী পৃষ্ঠাখন মূল ঠাইত থকা হলে ভাল আছিল । মাধৱ শইকীয়া >-- ->বাৰ্তা 16:16, 1 ফেব্ৰুৱাৰী 2013 (UTC)

দিন(উত্তৰ)[সম্পাদনা কৰক]

মোৰ ইংৰাজী ৱিকিত একাউন্ত খোলাৰ তাৰিখ সেইটো দীপাংকৰ চেতিয়া? 06:45, 2 ফেব্ৰুৱাৰী 2013 (UTC)

সাঁচৰ বানান[সম্পাদনা কৰক]

চৰাইৰ সাঁচটোত দিয়া IUCN এ দিয়া স্থিতিত 'সংকট' ৰ বানানটো ভুল হৈ আছে৷ যেনে, কামচৰাইত 'সংকতৰ পৰা মুক্ত ' ৰ ঠাইত 'সংকটৰ পৰা মুক্ত' হ'ব লাগে৷ সেইটো পাৰে যদি শুধৰাই দিবচোন ৷ জলি বৰা (talk) 09:22, 3 মে' 2013 (UTC)

পাতিশগুণ/পাটিশগুণ[সম্পাদনা কৰক]

পাতি শগুণ পৃষ্ঠাটো আগতে অনুবাদ কৰা আছিল, লক্ষ্য নকৰাত আৰু অসমত দেখা চৰাইবোৰৰ তালিকাখনত আকৌ একেটা প্ৰজাতিয়েই পাটিশগুণ বুলি থকাত আজি সেইটোৰ অনুবাদ আৰম্ভ কৰিছিলো৷ এইমাত্ৰ মৌচুমী বাইদেৱে আঙুলীয়াই দিয়াতহে কথাটো মন কৰিলো৷ দুয়োটাই একেটা প্ৰজাতি যদিও কোনটো বানান শুদ্ধ সেই সম্পৰ্কত মই নিশ্চিত নহয়৷ কি কৰিলে ভাল হ'ব বাৰু?

শ্ৰেণী[সম্পাদনা কৰক]

প্ৰবন্ধ এটাত উপশ্ৰেণী এটা যোগ দিয়াৰ পিছত তাত মূল শ্ৰেণীবোৰ যোগ দিব নলগা কথাটো বুজাই দিয়াৰ বাবে ধন্যবাদ। কিন্তু জিতেন্দ্ৰনাথ গোস্বামী প্ৰবন্ধটোত বিজ্ঞান শ্ৰেণীটোৰ কাম আছে বুলি ভাবো। যদিও ই এটা ব্যক্তিবিষয়ক প্ৰৱন্ধ তথাপিও কিন্তু ব্যক্তিজন এজন বিজ্ঞানীহে সেয়ে বিজ্ঞান শ্ৰেণীৰ ভিতৰত ইও পৰিব লাগে। ঠিক তেনেদৰে আন আন ব্যক্তিবিষয়ক প্ৰবন্ধসমূহতো তেওঁলোকে যি যি ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰে সেইবিলাক শ্ৰেণীত অন্তৰ্ভুক্ত কৰা প্ৰয়োজন। আকৌ মঙ্গলযান প্ৰবন্ধৰ ক্ষেত্ৰত 'ভাৰতৰ মাহাকাশ অভিযান' শ্ৰেণী বিচাৰি নোপোৱাত সদ্যহতে 'ভাৰত' শ্ৰেণীৰ ভিতৰত ৰখা হৈছে। সম্পাদনা কৰি গৈ থাকোতে ইয়াক সলনি কৰা হ'ব। Jyoti Prakash Nath (talk) 08:48, 12 নৱেম্বৰ 2013 (UTC)

চাহমেল[সম্পাদনা কৰক]

নিশ্চয়। অনানুস্থানিক চাহমেল এখন হ'লে বেয়া নহয়। ১ ডিচেম্বৰত থাকিব পাৰিম বুলিয়ে আশা ৰাখিছো। যি পাৰোঁ দুই এজন বন্ধুকো ক'ম বাৰু। প্ৰণৱ জ্যোতি ভূঞা (talk) 18:51, 19 নৱেম্বৰ 2013 (UTC)

ফেচবুকৰ পৰা নিৰ্বাসন ল'লো বহুদিন আগেয়েই। সেয়ে যোগাযোগৰ বাবে মোৰ মেইল আই ডি pranabnlp@gmail.com আৰু ম'বাইল নম্বৰ +৯১ ৯৪৮৩৮৩২১৮৫ ৰাখিব পাৰা। প্ৰণৱ জ্যোতি ভূঞা (talk) 18:57, 19 নৱেম্বৰ 2013 (UTC)
চাহমেলৰ পৃষ্ঠাত স্থান সম্পৰ্কীয় আপডে'ট দিছো। সময়ৰ বাবে মতামত জনাবা। প্ৰণৱ জ্যোতি ভূঞা (talk) 04:49, 29 নৱেম্বৰ 2013 (UTC)

সাঁচ[সম্পাদনা কৰক]

(বাংলা বুঝেন কি না, জানি না। তাও লিখলাম)
Module:ConvertTime-এ মাসের নাম সংশোধন করার জন্য ধন্যবাদ। মডিউলটি দিয়ে আমি সাঁচ:For year month day ঠিক করেছি। সাঁচ:For year month dayসাঁচ:For year month day/display-তে কিছু শব্দ বাংলায় আছে। (এবং, অথবা, দিন, মাস, বছর, কিছু সময়) এই শব্দগুলি আপনি আসমীয়াকরণ করুন। (Template টি এখন বাংলা সংখ্যাতেও কাজ করবে। Ex: {{For year month day|year=২০০৪|month=৩|day=১০}} → ২০ বছৰ আৰু ১৯ দিন)--Aftab1995 (talk) 14:25, 20 নৱেম্বৰ 2013 (UTC)