সদস্য:JBDVIJASDVI/পেঘেনিয়াই নাথাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কোনো বিষয়ৰ ওপৰত বহুদিনৰে পৰা চলি অহা আলোচনা আৰু তেনে আলোচনাৰ ওপৰত ভিত্তি কৰি হোৱা কোনো সিদ্ধান্ত বা প্ৰতিষ্ঠিত সত্যাসত্য শুদ্ধ গতিকে আৰু পেঘেনিয়াই থকাৰ কোনো প্ৰয়োজন নাই বুলি কোৱাতো বা ভৱাতো এক সততে পৰিলক্ষিত যুক্তি-বিভ্ৰাট

কোনো চতুৰবিদে[মূল শব্দৰ প্ৰয়োজন][ভাল অনুবাদ লাগে] কেতিয়াবা নিজে লোৱা অথবা সুবিধাবাদী সিদ্ধান্ত বা মতক গাৰ জোৰত কবলৈ গৈ এই 'পেঘেনিয়াই নাথাক'[ভাল অনুবাদ লাগে] Argument from repetition (argumentum ad nauseam) যুক্তিবাণ মাৰি দায় সাৰে।

তৰ্কত প্ৰতিপক্ষই এই বাণ মৰাৰ সন্দেহ হলে তেনে বিষয়ক পানীয়ে মাৰা বাও হেন জ্ঞান নকৰিবলৈ সোৱঁৰাই দি সেই বিষয়ক পুনৰ নিৰ্মোহ বিচাৰৰ মাজলৈ টানি আনিব পাৰি। এনে বিষয়ৰ ওপৰত আলোচনা দৰাচলতে আমনিদায়ক নহয় বৰঞ্চ এই বিভ্ৰাটত তেনে পুনৰালোচনাৰ পৰা আঁতৰি থাকিবলৈহে অসাৰ যত্ন কৰা হয়।