সদস্য:Pranjal Das Balipara

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ। মোৰ নাম প্ৰাঞ্জল দাস। মই শোণিতপুৰ জিলাৰ বালিপৰা নিবাসী। অসমীয়া ৱিকিপিডিয়াত যিমানদূৰ পাৰোঁ বৰঙণি আগবঢ়াবলৈ মই চেষ্টা অব্যাহত ৰাখিছোঁ।