সদস্য:Psneog/wikipedia

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া
White sphere made of large jigsaw pieces. Letters from many alphabets are shown on the pieces.
Wikipedia wordmark soft2i
ৱিকিপিডিয়াৰ প্ৰতীক, বিভিন্ন লিখন প্ৰণালীৰ গ্লিফ্ সম্বলিত এটা গোলক ।
ইউ আৰ এল wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নাই
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন ঐচ্ছিক (কিছুমান বিশেষ কাম যেনে সুৰক্ষিত পৃষ্ঠাৰ সম্পাদনা, পৃষ্ঠাৰ সৃষ্টি বা ফাইল আপল'ড কৰা আদিৰ বাবেহে প্ৰয়োজনীয়)
ভাষা ২৭০ টা সক্ৰিয় সংস্কৰণ (মুঠ ২৮২ টা) es-us
বিষয়বস্তু অনুজ্ঞাপত্ৰ Creative Commons Attribution/
Share-Alike
3.0
(বেছিভাগ পাঠৰেGFDLৰো অন্তৰ্গত দ্বি-অনুজ্ঞাপত্ৰ আছে)
মিডিয়া অনুজ্ঞাপত্ৰ ভিন্ন
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেছন (মুনাফাহীন)
সৃষ্টিকৰ্তা জিমী ৱেলচ, লেৰী ছেংগাৰ[1]
অৱস্থান মিয়ামি, ফ্ল'ৰিডা
মুকলি ১৫ জানুৱাৰী, ২০০১
এলেক্সা স্থান ৭ (August 2011)[2]
বৰ্তমান স্থিতি সক্ৰিয়

ৱিকিপিডিয়া/Wikipedia হৈছে অব্যৱসায়ীক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগীতামূলক, বহুভাষিক বিশ্বকোষ প্ৰকল্প । বিশ্বৰ বহুতো স্বেচ্ছাসেৱকেসহযোগীতাৰে ইংৰাজীত প্ৰায় ১৯ মিলিয়ন প্ৰৱন্ধ লিখি উলিয়াইছে । যিকোনো মানুহে প্ৰায় সকলো প্ৰৱন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ৯০,০০ সক্ৰিয় অৱদানকাৰী আছে [3][4]। জুলাই ২০১১ লৈকে ২৮২ তা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণ আছে । ৩৬৫ মিলিয়ন পঢ়ুৱৈৰে আৰু এলেক্সাত সকলো ৱেবচাইটৰ ভিতৰত সপ্তম স্থানেৰে[5] [6] ই বিশ্বৰ সৰ্ববৃহৎ আৰু ইণ্টাৰনেটৰ সৰ্বাধিক জনপ্ৰিয় সাধাৰণ প্ৰসংগ কৰ্ম [5][7][8][9]


২০০১ চনত জিমী ৱেলচ আৰু লেৰী ছেংগাৰএ ৱিকিপিডিয়া মুকলি কৰে [10]। চেংগাৰে wiki (সহযোগীতামূলক ৱেবচাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি,হাৱাইয়ান শব্দ wikiৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু encyclopediaশব্দ দুটা মিলাই Wikipedia শব্দটোৰ উদ্ভাৱন কৰে [11] and encyclopedia


Wikipedia's departure from the expert-driven style of encyclopedia building and the large presence of unacademic content has often been noted. ৱিকিপিডিয়া বিশেষজ্ঞৰদ্বাৰা লিখা নহয় আৰু ইয়াত থকা বহুতো অবিদ্যায়তনিক বস্তুৰবাবে ই লক্ষ্যণীয় হৈ উঠিছে। 'টাইম' আলোচনীয়ে 'আপোনাক' (you) '২০০৬ চনৰ ব্যক্তি' (Person of the year) হিচাপে নিৰ্বাচন কৰিছিল। এই নিৰ্বাচনৰ ভিত্তি আছিল 'ৱেব-২'-ৰ ভিত্তিত নিযুত ব্যক্তিৰ সংযোগী অৱদানেৰে গঠিত কেবাটও ৱেবছাইটৰ সাফল্য। 'ৱিকিপিডিয়া'কে ধৰি এই 'ৱেব-২'ৰ ভিত্তিত গঢ়ি উঠা ইউটিউব, মাইস্পেচ, ফেচবুক ইত্যাদি ৱেবস্থান প্ৰায় একে ধাৰণাৰে গঠিত।[12] বিশ্বকোষ সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰিও ৱিকিপিডিয়া এতিয়া খবৰৰ বাবেও জনপ্ৰিয়, যিকোনো খবৰ খুব সোনকালেই ৱিকিপিডিয়াত কেবাজনেও সংগ্ৰহ কৰে, ছপা মাধ্যমে এই খৰতকীয়া গতিৰ লগত তাল ৰখাত অক্ষম হোৱা দেখা যায়।[13][14]ছাত্ৰসকলক কোনো বিষয়ৰ ওপৰত প্ৰকল্প হিচাপেও প্ৰবন্ধ লিখিবলৈ দিয়া হৈছে।[15]

ৱিকিপিডিয়াত নিয়মাৱলীয়ে সদায়ে তথ্যৰ নিৰ্ভৰযোগ্যতা আৰু নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দি আহিছে যদিও, ঠিক এইকেইটা বিষয়ৰ বাবেই ৱিকিপিডিয়া প্ৰায়েই সমালোচনাৰ সম্মুখীন হৈ আহিছে। আকৌ ৱিকিপিডিয়াত জনপ্ৰিয় বিষয়ৰ প্ৰবন্ধৰ সৰহতা আৰু বিশেষজ্ঞ মতামততকৈও কেবাজনৰো সংগঠিত মতামতক বেছি গুৰুত্ব দিয়া নীতিৰ বাবেও ইয়াক সমালোচনা কৰা হৈছে।[16] and because it favors consensus over credentials in its editorial processes.[17]ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উঠিছে।[18] আকৌ তথ্য-বিকৃতি আৰু তাৰ জৰিয়তে কোনো ধাৰণা বা ব্যক্তি-বিশেষৰ প্ৰতি বিদ্বেষমূলক প্ৰচাৰকাৰ্য্যৰ বাবেই ৱিকিপিডিয়া সমালোচনাৰ সম্মুখীন হৈছে।[19] অৱশ্যে গৱেষণালব্ধ ফলাফলে দেখুৱায় যে এনে তথ্য-বিকৃতি সাধাৰণতে বেছি দিন থাকিবলৈ নাপায়।[20][21] ২০০৫ চনত 'নেচাৰ' পত্ৰিকাত প্ৰকাশিত এটা সমীক্ষাৰ মতে ৱিকিপিডিয়াৰ বিজ্ঞানৰ প্ৰৱন্ধবোৰৰ শুদ্ধতা এনচাইক্ল'পেডিয়া ব্ৰিটানিকা-ৰ ওচৰচপা আৰু 'ডাঙৰ ভুল'ৰ সংখ্যাও প্ৰায় সমানেই।[22]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Jonathan Sidener. "Everyone's Encyclopedia". The San Diego Union-Tribune. http://www.signonsandiego.com/uniontrib/20041206/news_mz1b6encyclo.html। আহৰণ কৰা হৈছে: 2006-10-15. 
  2. "Wikipedia.org Site Info". Alexa Internet. http://www.alexa.com/siteinfo/wikipedia.org। আহৰণ কৰা হৈছে: 2011-08-04. 
  3. পৃথিৱীৰ কিছুমান ঠাইত ৱিকিপিডিয়া নিষেধ কৰা হৈছে ।
  4. Wikipedia says it's losing contributors
  5. 5.0 5.1 "Five-year Traffic Statistics for Wikipedia.org". Alexa Internet. http://www.alexa.com/data/details/traffic_details/wikipedia.org?range=5y&size=large&y=t। আহৰণ কৰা হৈছে: 2011-05-24. 
  6. [http://upload.wikimedia.org/wikipedia/meta/ /3a/TED2010%2C_Stuart_West_full_presentation_updated_with_January_data.pdf Wikipedia's Evolving Impact], by Stuart West, slideshow presentation at TED2010
  7. Bill Tancer (2007-05-01). "Look Who's Using Wikipedia". Time. http://www.time.com/time/business/article/0,8599,1595184,00.html। আহৰণ কৰা হৈছে: 2007-12-01. "The sheer volume of content [...] is partly responsible for the site's dominance as an online reference. When compared to the top 3,200 educational reference sites in the U.S., Wikipedia is #1, capturing 24.3% of all visits to the category"  Cf. Bill Tancer (Global Manager, Hitwise),"Wikipedia, Search and School Homework",Hitwise: An Experian Company (Blog), 2007-03-01. Retrieved 2008-12-18.
  8. Alex Woodson (2007-07-08). "Wikipedia remains go-to site for online news". Reuters. http://www.reuters.com/article/internetNews/idUSN0819429120070708। আহৰণ কৰা হৈছে: 2007-12-16. "Online encyclopedia Wikipedia has added about 20 million unique monthly visitors in the past year, making it the top online news and information destination, according to Nielsen//NetRatings." 
  9. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; AlexaTop500 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. Mike Miliard (2008-03-01). "Wikipediots: Who Are These Devoted, Even Obsessive Contributors to Wikipedia?". Salt Lake City Weekly. http://www.cityweekly.net/utah/article-5129-feature-wikipediots-who-are-these-devoted-even-obsessive-contributors-to-wikipedia.html। আহৰণ কৰা হৈছে: 2008-12-18. 
  11. “wiki” in the Hawaiian Dictionary, Revised and Enlarged Edition, University of Hawaii Press, 1986
  12. Grossman, Lev (2006-12-13). "Time's Person of the Year: You". TIME (Time, Inc). http://www.time.com/time/magazine/article/0,9171,1569514,00.html। আহৰণ কৰা হৈছে: 2008-12-26. 
  13. Jonathan Dee (2007-07-01). "All the News That's Fit to Print Out". The New York Times Magazine. http://www.nytimes.com/2007/07/01/magazine/01WIKIPEDIA-t.html। আহৰণ কৰা হৈছে: 2007-12-01. 
  14. Andrew Lih (2004-04-16). "Wikipedia as Participatory Journalism: Reliable Sources? Metrics for Evaluating Collaborative Media as a News Resource" (PDF). 5th International Symposium on Online Journalism (University of Texas at Austin). http://jmsc.hku.hk/faculty/alih/publications/utaustin-2004-wikipedia-rc2.pdf। আহৰণ কৰা হৈছে: 2007-10-13. 
  15. Witzleb, Normann (2009). Engaging with the World: Students of Comparative Law Write for Wikipedia. 19. Legal Education Review. pp. 83–98 
  16. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; SangerElitism নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. Danah Boyd (2005-01-04). "Academia and Wikipedia". Many 2 Many: A Group Weblog on Social Software. Corante. http://many.corante.com/archives/2005/01/04/academia_and_wikipedia.php। আহৰণ কৰা হৈছে: 2008-12-18. "[The author, Danah Boyd, describes herself as] an expert on social media[,] ... a doctoral student in the School of Information at the University of California, Berkeley [,] and a fellow at the Harvard University Berkman Center for Internet & Society [at Harvard Law School.]" 
  18. Simon Waldman (2004-10-26). "Who knows?". Guardian.co.uk (London). http://www.guardian.co.uk/technology/2004/oct/26/g2.onlinesupplement। আহৰণ কৰা হৈছে: 2007-02-11. 
  19. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; DeathByWikipedia নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  20. Fernanda B. Viégas, Martin Wattenberg, and Kushal Dave (2004). "Studying Cooperation and Conflict between Authors with History Flow Visualizations" (PDF). Proceedings of the ACM Conference on Human Factors in Computing Systems (CHI) (Vienna,Austria: ACM SIGCHI): 575–582. doi:10.1145/985921.985953. ISBN 1-58113-702-8. http://alumni.media.mit.edu/~fviegas/papers/history_flow.pdf। আহৰণ কৰা হৈছে: 2007-01-24. 
  21. Reid Priedhorsky, Jilin Chen, Shyong (Tony) K. Lam, Katherine Panciera, Loren Terveen, and John Riedl (GroupLens Research, Department of Computer Science and Engineering, University of Minnesota) (2007-11-04). "Creating, Destroying, and Restoring Value in Wikipedia" (PDF). Association for Computing Machinery GROUP '07 conference proceedings (Sanibel Island, Florida). http://www-users.cs.umn.edu/~reid/papers/group282-priedhorsky.pdf। আহৰণ কৰা হৈছে: 2007-10-13. 
  22. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; GilesJ2005Internet নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই